--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বাংলাদেশত শুভমন গীলে কেৰিয়াৰৰ প্ৰথমটো টেষ্ট শতক অৰ্জন কৰিছিল। কিন্তু ভাৰতীয় দলৰ অদ্ভুত যুক্তিৰ বাবে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পাৰ হৈ যোৱা টেষ্টকেইখনত খেলপথাৰত অৱতীৰ্ণ হ’ব পৰা নাছিল৷ তাৰ পৰিৱৰ্তে দলত অন্তৰ্ভূক্ত হয় কে এল ৰাহুল৷ কিন্তু ব্যৰ্থ হোৱাৰ বাবে বাদ পৰে কে এল ৰাহুল।

এইবাৰ চতুৰ্থখন সুযোগ লাভ কৰি আহমেদাবাদত উজ্বলি উঠে শুভমন গিলে। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তেওঁ দ্বিতীয়টো টেষ্ট শতক অৰ্জন কৰে। ইয়াৰ পিছতে শুভমনক দুজন বেটছমেনে অভিনন্দন জনায়। শতক অৰ্জন কৰাৰ সময়ত চেতেশ্বৰ পূজাৰা ক্ৰিজতে আছিল। তেওঁ শুভমনক সাৱটি ধৰি অভিনন্দন জনালে। চাহ বিৰতিৰ বাবে ড্ৰেছিং ৰুমলৈ উভতি অহাৰ পূৰ্বে বিৰাট কোহলীয়েও অভিনন্দন জনায় শুভমনক।

মেচখনৰ প্ৰথম দিনাৰ পৰাই শুভমনে আক্ৰমণাত্মক ৰূপ লৈছিল৷ সমতল পিটচত আগবাঢ়ি আহি তেওঁ নাথান লায়নৰ বলত যিদৰে ছয় কোবাইছিল, তেতিয়াই বহুতে শুভমনৰ পৰা দীঘল ইনিংছ আশা কৰিছিল। টেষ্টখনৰ তৃতীয় দিনা তেওঁ শতক অৰ্জন কৰে। শতক অৰ্জনলৈ মাত্ৰ কেইটামান ৰাণ বাকী থকা অৱস্থাত শুভমনে কেমেৰন গ্ৰীনৰ একেটা অভাৰতে একেৰাহে দুটা ফোৰ মাৰে৷ এই প্ৰদৰ্শনে ক্ৰিকেট বিশেষজ্ঞৰ প্ৰশংসা লাভ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক