--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুধবাৰে পাছপ’ৰ্ট সূচকাংকই ইয়াৰ শেহতীয়া তালিকা প্ৰকাশ কৰিছে, য’ত ভাৰতৰ গতিশীলতাৰ স্ক’ৰ যথেষ্ট হ্ৰাস পাইছে।এই বছৰ বিশ্বজুৰি সৰ্বাধিক হ্ৰাস পোৱা ভাৰতৰ স্ক’ৰ এতিয়া ৭০ত উপনীত হৈছে। 

২০২২ চনত, য’ত ভাৰতৰ ৰেংকিং আছিল ১৩৮ আৰু মবিলিটি স্ক’ৰ ৭৩ আছিল, ২০২৩ চনত ই ছটা স্থান হ্ৰাস পাই ১৪৪ নম্বৰ স্থানত উপনীত হৈছে।পাছপ’ৰ্ট সূচকাংকত নতুন বৈশিষ্ট ‘টাইমশ্বিফ্ট’ সংযোজন হোৱাৰ পিছত এই ৰেংকিং মুকলি কৰা হৈছে। এই বৈশিষ্ট্যৰ জৰিয়তে বিভিন্ন দেশৰ পাছপ’ৰ্ট বছৰ বছৰ ধৰি দেশসমূহৰ সামগ্ৰিক প্ৰদৰ্শনৰ ওপৰত বিচাৰ কৰা হয়। এই কাৰণতে ভাৰতৰ ৰেংকিং মহামাৰীৰ পূৰ্বে যি আছিল তাৰ পৰা যথেষ্ট হ্ৰাস পাইছে।

কোৱা হৈছে যে ভাৰতৰ ৰেংকিঙৰ বিপুল হ্ৰাসৰ কাৰণ হৈছে ইউৰোপীয় সংঘৰ নীতি। এই নীতিৰ বাবেই এতিয়া ২০২৩ চনত ছাৰ্বিয়াৰ দৰে দেশলৈ যোৱা ভাৰতীয় নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজন হৈছে।আমেৰিকা আৰু জাৰ্মানীৰ তুলনাত চীনৰ প্ৰদৰ্শনো এই সূচকাংকত অতি দুৰ্বল।পাছপ’ৰ্ট সূচকাংকত চীনৰ ৰেংকিং ১১৮ নম্বৰ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?