--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মদ্যপ স্বামীৰ গাত জুই লগাই হত্যা কৰাৰ চেষ্টা কৰিলে নিজৰ পত্নীয়ে। চাঞ্চল্যকৰ এই ঘটনাটো সংঘটিত হৈছে ঝাৰখণ্ডৰ ছাতৰা অঞ্চলত।

অভিযোগ অনুসৰি, অঞ্চলটোৰ জয়পুৰ গাঁৱৰ বাসিন্দা বিনোদ ভূঞা নামৰ ৩০ বছৰীয়া লোকজনে প্ৰায়ে মদ্যপান কৰি নিজৰ পত্নীক মাৰধৰ কৰে। শুক্ৰবাৰেও মদ্যপান কৰি পত্মীৰ ওপৰত অত্যাচাৰ চলাইছিল বিনোদে। ইয়াত অতীষ্ঠ হৈ পত্নীয়ে তেওঁৰ হাত ভৰি বান্ধি গাত কেৰাচিন ঢালি জুই লগাই  অগ্নিদগ্ধ কৰিবলৈ চেষ্টা কৰে।

বৰ্তমান এখন হস্পিতালত চিকিৎসাধীন অৱস্থাত আছে লোকজন। অৱস্থা সংকটজনক। পত্নী ৰুতি দেৱীক স্বামীক হত্যা কৰাৰ অভিযোগত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, তেওঁলোকৰ বিয়া হোৱা দুবছৰ হৈ গৈছিল। কিন্তু সন্তান জন্ম হোৱা নাছিল। পাৰিবাৰিক অশান্তিৰ বাবেই তেওঁলোকৰ মাজত সংঘাতে চূড়ান্ত ৰূপ ধাৰণ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক