--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ পৰা পাকিস্তানৰ সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰা চক্ৰৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে জ্যিক অনুসন্ধান সংস্থা, ছিয়াই। উপত্যকাটোৰ বিভিন্ন স্থানত অভিযান চলাই ছিয়াই  ২৯ লাখ টকা উদ্ধাৰ কৰিছে।  এক বিবৃতিত এছআইএৰ এগৰাকী মুখপাত্ৰই  কয়, "সন্ত্ৰাসবাদী সংগঠনসমূহৰ ভেটি সম্পূৰ্ণৰূপে ধ্বংস কৰাৰ উদ্দেশ্যৰে সন্ত্ৰাসবাদী সংগঠনসমূহৰ নেটৱৰ্ক ধ্বংসৰ কাম   অব্যাহত ৰখা হৈছে। তাৰেই অংশ হিচাবে  কাশ্মীৰৰ ৰাজ্যিক অনুসন্ধান সংস্থাই কাশ্মীৰ উপত্যকাৰ একাধিক স্থানত   তালাচী চলাইছে" । 

জানিব পৰা মতে  কুপৱাৰা, বাৰামুলা, বন্দিপোৰা, শ্ৰীনগৰ আৰু বুদগামত সন্দেহযুক্ত লোকৰ ঘৰত তালাচী চলোৱা হয়।   টাডা/পোটা আইনৰ অধীনত নিৰ্ধাৰিত বিশেষ স্থানত ন্যায়াধীশৰ অনুমতিৰ ভিত্তিত তালাচী চলোৱা হয়। আজি কেইবাজনো লোকৰ বিৰুদ্ধে সন্ত্ৰাসবাদীক ধনৰ যোগান ধৰাৰ অভিযোগত গোচৰ ৰুজু কৰা হয়। 

সংস্থাটোৱে বিবৃতিত কয় —"এই গোচৰ পাকিস্তানত অৱস্থিত সন্ত্ৰাসবাদী সংগঠন (আল-বদৰ)ৰ সদস্যসকলৰ সৈতে  যিসকলে সম্পৰ্ক ৰক্ষা কৰি  ভাৰত বিদ্বেষী পাকিস্তানী সংস্থাসমূহৰ সক্ৰিয় সমৰ্থন আৰু সহযোগিতাৰে উপত্যকাত সন্ত্ৰাসবাদী কাৰ্যকলাপ আগবঢ়াই নিছে তেওঁসলোকৰ বিৰুদ্ধে তৰা হৈছে।"
তালাচীৰ সময়ত সংস্থাটোৱে ২৯ লাখ টকাৰ জব্দ কৰা বুলিও বিবৃতিত উল্লেখ কৰিছে। ইয়াৰ লগতে কেইবা খনো পাছবুক, চেক বুক, আৰু মোবাইল ফোন তথা  অন্যান্য  ডিজিটেল সঁজুলিও  জব্দ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক