--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল আৰু পাকিস্তান ছুপাৰ লীগৰ মাজত পাৰ্থক্য তীব্ৰ। আৰ্থিকভাৱে পাকিস্তান ছুপাৰ লীগতকৈ কেইবাগুণ আগুৱাই আছে আই পি এল। পি এছ এলৰ এটা ছিজনত পাকিস্তান ক্ৰিকেট ব’ৰ্ডে যিমান টকা উপাৰ্জন কৰে, তাতকৈ অধিক ধন সম্প্ৰচাৰ চেনেলসমূহে আই পি এলৰ এখন মেচ টেলিকাষ্টিঙৰ বাবে বি চি চি আইক দিয়ে।

কিন্তু এজন ক্ৰিকেটাৰে ভাৰততকৈ পাকিস্তানতহে অধিক ধন লাভ কৰিছে। তেওঁ আই পি এল বিজয়ী দল গুজৰাট টাইটানছৰ ক্ৰিকেটাৰ। নাম নুৰ আহমেদ। আফগানিস্তানৰ এইগৰাকী ক্ৰিকেটাৰে ২০২৩ চনৰ পৰা আই পি এল খেলি আহিছে। যোৱা নিলামত গুজৰাটে তেওঁক ৩০ লাখ টকাত কিনিছিল।

আনহাতে, পাকিস্তান ছুপাৰ লীগৰ এইবাৰৰ ড্ৰাফটৰ পূৰ্বে তেওঁক প্লেটিনাম শাখাত স্থান দিয়া হৈছিল। পেছাৱৰ জালমীয়ে ৮৭ লাখ ২৫ হাজাৰ টকাত নূৰ কিনিছিল। অৰ্থাৎ আই পি এলতকৈ পি এছ এলত ৫৭ লাখ ২৫ হাজাৰ টকা বেছি লাভ কৰিব নূৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক