--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাকিৰাক পাহৰিব পৰা নাই পিকেই! এমাহৰ ভিতৰতে নতুন প্ৰেমিকাক ভাল নলগা হৈছিল স্পেইনৰ প্ৰাক্তন ফুটবলাৰ তাৰকা জেৰাৰ্ড পিকেৰ! পুনৰ বিচাৰিছিল প্ৰাক্তন পত্নী শ্বাকিৰাক! কিন্তু শ্বাকিৰাই কি কৰিলে?

স্পেনিছ বাতৰি কাকত 'মাৰ্কা'য়ে কৈছে যে পিকেই বিচাৰিলেও শ্বাকিৰাই আৰু নিবিচাৰে স্পেনিছ ফুটবলাৰজনক৷ স্পেনিছ ক্ৰীড়া সাংবাদিক জৰ্ডি মাৰ্টিনে কৈছে যে পিকেই শ্বাকিৰাৰ সৈতে তেওঁৰ বিচ্ছেদক লৈ অনুশোচনা কৰিছিল। বিচ্ছেদৰ এমাহৰ পিছতে তেওঁ শ্বাকিৰাৰ কাষলৈ উভতি যাবলৈ ব্যাকুল হৈ পৰিছিল। কিন্তু শ্বাকিৰাই সেই সম্পৰ্কটো পুনৰ আৰম্ভ কৰিব নিবিচাৰিলে। তাৰ পিছতে তেওঁলোক স্থায়ীভাৱে পৃথক হৈ গৈছিল।

নতুনকৈ প্ৰকাশ পোৱা পিকে শ্বাকিৰাৰ এই বাতৰিয়ে চৰ্চা লাভ কৰিছে৷ মাৰ্টিনে এইটোও দাবী কৰিছিল যে পিকে আগতে বহুবাৰ বহুলোকৰ সৈতে সম্পৰ্কত জড়িত আছিল। শ্বাকিৰাই এইসমূহ ক্ষমা কৰি দিছিল। কিন্তু তেওঁ ক্লাৰা চিয়া মাৰ্টি নামৰ যুৱতীগৰাকীৰ সৈতে পিকেৰ সম্পৰ্ক গ্ৰহণ কৰিব নোৱাৰিলে। সেয়ে  বিচ্ছেদৰ সিদ্ধান্ত লৈছিল কলম্বিয়ান পপ তাৰকাগৰাকীয়ে৷

বিচ্ছেদৰ পিছতে শ্বাকিৰাৰ এটা গান মুক্তি পাইছে। এই নতুন গানটোত শাকিৰাই তেওঁৰ প্ৰাক্তন স্বামী পিকেক সমালোচনা কৰিছে। শ্বাকিৰাৰ গানটোত বিভিন্ন শব্দ আছে, যিবোৰ পিকেৰ বাবে লিখা বুলি বহুতে বিশ্বাস কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement