--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ যুৱতীৰ ওপৰত চকু পৰিছে চীনৰ লোকৰ৷ এনেও চীনৰ বহু যুৱতীয়ে বিয়াৰ প্ৰতি আগ্ৰহ প্ৰকাশ নকৰাৰ বাবে বহু যুৱকে বিয়া পাতিব পৰা নাই৷ ইয়াৰ মাজতে একাংশ চীনা লোকে পাকিস্তানী যুৱতীক বিয়া পাতি চীনলৈ নি বিক্ৰী কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে আন্তঃৰাষ্ট্ৰীয় সংমবাদমাধ্যমতে৷ 

প্ৰকাশিত খবৰ অনুসৰি পাকিস্তান অৰ্থনৈতিক কৰিডৰ (চিপিইচি) প্ৰকল্প ব্যৱহাৰ কৰিয়েই পাকিস্তানৰ পৰা অবাধে চীনলৈ পাক যুৱতীক সৰবৰাহ কৰা হৈছে৷  

চিপিইচি সুবিধা লৈ চীনে এতিয়া ইছলামিক দেশৰ যুৱতীক বিয়াৰ নামত চীনলৈ  আমদানি কৰি থকা বুলি বিভিন্ন সংবাদমাধ্যমত বাতৰি প্ৰকাশ পাইছে৷  শেহতীয়া  এক প্ৰতিবেদনত কোৱা হৈছে  যে চীনা লোকসকলে পাকিস্তানলৈ আহে আৰু আন ধৰ্মৰ নাবালিকা ছোৱালীক বিয়া কৰায়, আৰু তেওঁলোকক চীনলৈ  লৈ যায়।চীনত তেনে পাক যুৱতীৰ বহুতকে বিক্ৰী কৰি দিয়াৰো অভিযোগ উঠিছে৷ উল্লেখ্য ২০১৯ চনতো তেনে অভিযোগ উঠিছিল৷ 

 চীনে বিবাহৰ অচিলালৈ এনেদৰে  মানৱ সৰবৰাহ কৰি থকাৰ বিষয়টোত পাকিস্তানৰ চৰকাৰ ৰহস্যজনকভাবে মৌন হৈ থকা বুলিও সংবাদমাধ্যমত প্ৰকাশ পাইছে৷  সংবাদমাধ্যমত  প্ৰকাশিত এক বাতৰি অনুসৰি   চীনৰ  লোকসকলে ভুৱা ব্যৱসায়িক নথিপত্ৰৰ জড়িয়তে পাকিস্তানৰ   ছোৱালীক  চীনলৈ লৈ গৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ