--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চুৰি কৰাৰ বাবে চাৰিজন লোকক ভয়ংকৰ শাস্তি বিহিলে তালিবানে৷  কান্দাহাৰৰ আহমেদ শ্বাহি ষ্টেডিয়ামত মুঠ নজন লোকক শাস্তি বিহে তালিবানে। তেওঁলোকৰ কিছুমানৰ বিৰুদ্ধে আছিল চুৰিৰ অভিযোগ আছে। কেইজনমানক আকৌ 'বিকৃত' যৌনতাৰ বাবে শাস্তি বিহা  হৈছিল।

মঙলবাৰে কান্দাহাৰৰ বহু লোকে আহমেদ শ্বাহি ষ্টেডিয়ামলৈ আহিছিল। নজন লোকক শাস্তি দিয়াৰ অনুষ্ঠান চাবলৈ সেই লোকসকল তালৈ আহিছিল। স্থানীয় প্ৰাদেশিক গভৰ্ণৰ হাজী জাইদে কয়  যে প্ৰতিজন দোষীক প্ৰথমে  ৩৫ ৰ পৰা ৩৯ বাৰ চাবুক মৰা হৈছিল। অৱশ্যে, হাত কাটি দিয়াৰ কথা  আনুষ্ঠানিকভেবে  স্বীকাৰ কৰা নাই তালিবানে৷

ইংলেণ্ডৰ শৰণাৰ্থী পৰিক্ৰমা মন্ত্ৰীৰ পৰামৰ্শদাতা শবনম নাছিমীয়েও ৰাজহুৱাভাৱে স্বীকাৰ কৰা নাই যে তালিবানে চোৰ কেইজনৰ হাত কাটি দিছে বুলি৷  কিন্তু ঘটনাটোৱে ব্যাপক  প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ মানৱ অধিকাৰ সংগঠনসূহে কৈছে   "তালিবানে কান্দাহাৰৰ এখন ফুটবল ষ্টেডিয়ামত সকলোৰে সন্মুখত চাৰিজন লোকৰ হাত কাটি পেলাইছিল। তেওঁলোকৰ বিৰুদ্ধে চুৰিৰ অভিযোগ আছিল। এনেধৰণৰ বৰ্বৰ কাৰ্য্য, যেনে নিজকে ৰক্ষা কৰাৰ সামান্যতম সুযোগ নিদিয়াকৈ হাত কাটি পেলোৱা স্পষ্টভাৱে মানৱ অধিকাৰৰ উলংঘন। ''







FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ