--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচুবুৰীয়া পাকিস্তানক বিশ্বাস কৰিলে পাণ্ডৱৰ দৰে বিলাই হ’ব ভাৰতৰ!  শনিবাৰে পুনেত এক কিতাপ উন্মোচন অনুষ্ঠানত এই মন্তব্য কৰে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে । উক্ত অনুষ্ঠানটোত তেওঁক প্ৰশ্ন কৰা হৈছিল যে পাৰমাণৱিক সশস্ত্ৰ চুবুৰীয়া পাকিস্তান ভাৰতৰ বাবে বোজা নে দায়বদ্ধতা।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে মহাভাৰতক চুবুৰীয়া দেশ হিচাপে পাকিস্তানৰ সৈতে ভাৰতৰ সম্পৰ্কক  কৌৰৱ আৰু পাণ্ডৱৰ সৈতে ৰিজাইছে। তেওঁৰ মতে, যিদৰে মহাকাব্যৰ সম্পৰ্ক থকা স্বত্বেও কৌৰৱসকলে পাণ্ডৱক  বিশ্বাস কৰিব নোৱাৰিলে, ভাৰতে চুবুৰীয়া হোৱা স্বত্বেও পাকিস্তানক বিশ্বাস কৰিব নোৱাৰিব।

জয়শংকৰ শনিবাৰে পুনেত তেওঁৰ কিতাপ উন্মোচন অনুষ্ঠানত উপস্থিত আছিল। বৰ্তমান বিশ্বত ভাৰতৰ কূটনৈতিক পদক্ষেপৰ ওপৰত লিখা এই কিতাপখনৰ মাৰাঠী অনুবাদো প্ৰকাশ কৰা হৈছে। কিতাপখনৰ শুভাৰম্ভণিৰ সময়ত তেওঁক সোধা হৈছিল যে পাৰমাণৱিকভাৱে সশস্ত্ৰ চুবুৰীয়া পাকিস্তান ভাৰতৰ বাবে বোজা নে দায়বদ্ধতা। এই প্ৰশ্নৰ উত্তৰত তেওঁ মহাভাৰতৰ প্ৰসংগ উত্থাপন কৰে। তেওঁ কয় যে চুবুৰীয়া হোৱা স্বত্বেও ভাৰতৰ তেওঁলোকৰ পৰা কোনো প্ৰত্যাশা নাই। ইয়াৰ লগতে তেওঁ আশা ব্যক্ত কৰে যে সেই দেশৰ শুভবুদ্ধি উদ্ভৱ হ'ব। অৱশ্যে, তেওঁ পাকিস্তানৰ অৰ্থনৈতিক সংকট সন্দৰ্ভত কোনো মন্তব্য দিব নিবিচাৰিছিল।

 এই অনুষ্ঠানতে তেওঁ  পৌৰাণিক চৰিত্ৰ কৃষ্ণ  আৰু হনুমানকো বিশ্বৰ দুই বৃহৎ কূটনীতিবিদ আখ্যা দিয়ে। তেওঁৰ কয় যে হনুমানে সাগৰ পাৰ হৈ ৰামৰ বাৰ্তা লৈ লংকা পাইছিগৈ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ