--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰকলৈ ভাৰতৰ সৈতে পাকিস্তানৰ সংঘাত অব্যাহত আছে৷ শেহতীয়াকৈ ভাৰত-পাকিস্তানৰ মাজত চলি থকা এনে সংঘাতক অধিকতীব্ৰতৰ কৰি তুলিছে পাক প্ৰধানমন্ত্ৰীৰ এষাৰ বাক্যই৷ ভাৰতৰ প্ৰতি চৰম ভাবুকিৰ সৃষ্টি কৰি পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে   স্পষ্টভাবে ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক শক্তি প্ৰয়োগৰ ভাবুকি দিছে৷

 পাক প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে ভাৰতে  পাকিস্তানৰ  পাৰমাণৱিক শক্তিক অৱজ্ঞা কৰিব নোৱাৰে বুলি সকিয়াই দিছে ।তেওঁ কয় যে পাকিস্তানৰ  শত্ৰুৰ চকু উলিয়াই আনি  ভৰিৰে  গুৰি কৰাৰ ক্ষমতা  পাকিস্তানৰ আছে।শেহতীয়াকৈ  পাক অধিকৃত কাশ্মীৰত পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰতক সতৰ্ক কৰি দি কয় যে  পাকিস্তান এখন পাৰমাণৱিক থকা দেশ  আৰু ভাৰতে পাকিস্তানক হেয়  চকুৰে চাব নোৱাৰে।

 শ্বৰীফে কাশ্মীৰীসকলৰ  স্বাধীনতা লাভৰ বাবে পাকিস্তানে সকলো ধৰণৰ সহায় কৰিব বুলিও কথা দিয়ে৷ ইতিমধ্যে পাক প্ৰধনমন্ত্ৰীৰ ভাষণ ভাইৰেল হৈ পৰিছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ