--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজস্থানৰ আলৱাৰৰ পৰা পাকিস্তানত উপস্থিত হোৱা অঞ্জুৱে অহৰহ বাতৰিৰ শিৰোনাম দখল কৰি আছে। তালৈ যোৱাৰ পাছত মহিলাগৰাকীয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰি ফাতিমা হয় আৰু লগতে প্ৰেমিক নছৰুলাহক বিয়া কৰায়। এতিয়া অঞ্জুৰ এটা অডিঅ’ ভাইৰেল হৈ আছে য’ত তেওঁ স্বামী অৰবিন্দৰ সৈতে কথা পাতিছে, এই কথা-বতৰাত অঞ্জুৱে অৰবিন্দক অবিৰতভাৱে গালি-গালাজ কৰা শুনা গৈছে।

শেহতীয়াকৈ অঞ্জুৱে ভাৰতত বাস কৰা স্বামী অৰবিন্দক ফোন কৰিছিল। যাৰ অডিঅ’ ভাইৰেল হৈ পৰিল। ভাইৰেল অডিঅ’ত তেওঁ অৰবিন্দক বেয়াকৈ কৈছিল, তাৰ পিছত দুয়োৰে মাজত যথেষ্ট তৰ্ক হৈছিল। অঞ্জুৱে অৰবিন্দক ক’লে যে আপুনি সংবাদ মাধ্যমত কি কথা কৈ আছে। নিজৰ কথাও কওকচোন, যে আপুনি কেনেকুৱা মানুহ।

ইয়াৰ পূৰ্বে সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত অঞ্জুৱে সংবাদ মাধ্যমকো তীব্ৰ সমালোচনা কৰিছিল। উল্লেখ্য যে পূৰ্বতে ৰাজস্থানত বাস কৰা অৰবিন্দৰ সৈতে অঞ্জুৰ বিবাহ হৈছিল। তেওঁৰ এগৰাকী ১৫ বছৰীয়া কন্যা আৰু এজন ছবছৰীয়া ল’ৰা আছে। অঞ্জুৰ স্বামীয়ে অভিযোগ কৰিছে যে মহিলাগৰাকীয়ে মিছা কথা কৈ পাকিস্তানলৈ গৈছে। অৱশ্যে এতিয়ালৈকে ভিডিঅ’টিৰ কোনো আনুষ্ঠানিক শুদ্ধতাৰ নিশ্চিতি প্ৰদান কৰা হোৱা নাই৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ