--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানত সংঘটিত হৈছে এটি ভয়াৱহ হত্যাকাণ্ড। দেশখনৰ খাইবাৰ পাখতুনখোৱা প্ৰদেশৰ আপাৰ কুৰাম তহচিলত বৃহস্পতিবাৰে কমেও ৮ গৰাকী শিক্ষকক হত্যা কৰা হয়।

স্থানীয় আৰক্ষীয়ে জনোৱা মতে, বন্দুকধাৰীয়ে তহচিল হাইস্কুলৰ ষ্টাফ ৰুমত প্ৰৱেশ কৰি গুলীচালনা কৰে। শিক্ষককেইজন মেট্ৰিক পৰীক্ষাৰ ডিউটিত আহিছিল। তেওঁলোকৰ ওপৰত গুলীচালনা কৰা হয়।

পাকিস্তানৰ ৰাষ্ট্ৰপতি ড০ আৰিফ আলভিয়ে কয় যে যিসকলে শিক্ষকক হত্যা কৰিছে তেওঁলোক শিক্ষাৰ বিৰোধী।

আৰক্ষীয়ে দুৰ্বৃত্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে যদিও এতিয়াও বিচাৰি পোৱা নাই। এই ঘটনাৰ পাছতে মেট্ৰিক পৰীক্ষা পিছুৱাই দিয়া হৈছে। এই ঘটনাই পাকিস্তানৰ আপাৰ কুৰামৰ অৱস্থা সম্পূৰ্ণৰূপে অস্থিৰ কৰি তুলিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস