--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাঁচ মাহৰ পাছত সংবাদ মাধ্যমৰ আগত দেখা দিছে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনৰ পত্নী ৰি চোল জু৷ বুধবাৰে প্ৰায় পাঁচ মাহৰ পাছত দেখা গৈছিল ৰি চোল জুক৷ জানিব পৰা মতে, কৰ'না মহামাৰীৰ সময়ত শাসকীয় পৰিয়ালটোৱে সুৰক্ষাৰ স্বাৰ্থতে আতঁৰি থকা বুলি তথ্য প্ৰকাশিত হৈছে৷ চৰকাৰী কেচিএনএ সংবাদ সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি কিম আৰু ৰিয়ে ৰাজধানী পিয়ংইয়ংৰ মানচুদাই আৰ্ট থিয়েটাৰত চন্দ্ৰ নৱবৰ্ষৰ বন্ধ উদযাপন কৰি এক কলা প্ৰদৰ্শনত অংশগ্ৰহণ কৰিছিল৷ তেওঁক শেষবাৰৰ বাবে ৯ ছেপ্টেম্বৰত ৰাজহুৱাভাৱে দেখা গৈছিল৷ দেশ প্ৰতিষ্ঠাৰ বাৰ্ষিকীত ৰিয়ে তেওঁৰ স্বামী কিমৰ সৈতে সূৰ্যৰ কুমচুজান প্ৰাসাদ পৰিদৰ্শন কৰিছিল৷ যি স্থানত কিমৰ স্বৰ্গীয় ককাদেউতা আৰু দেউতাকৰ সমাধি আছে। কিম তেওঁৰ পত্নী ৰি চোল জুৰ সৈতে থিয়েটাৰ প্ৰেক্ষাগৃহত উপস্থিত হোৱাৰ সময়তে স্বাগতম সংগীতে বিপুল আদৰণী জনাইছিল দৰ্শকে। উল্লেখ্য যে, কিম আৰু ৰিৰ তিনিটা সন্তান আছে বুলি জানিব পৰা গৈছে যদিও তেওঁলোকৰ বিষয়ে ৰাজহুৱাভাৱে খুব কম জনা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক