--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ নিজৰ ‘তুলি লোৱা জীয়েক’ক নতুন নাম দিলে গুৰমিত ৰাম ৰহিমে। ধৰ্ষণৰ গোচৰত কাৰাবন্দী হৈ থকা ডেৰা চাছা চৌদাৰ ধৰ্মগুৰুজন বৰ্তমান জামিনত আছে। তাৰ মাজতে বুধবাৰে এই ঘোষণা কৰিছে তেওঁ।

ৰাম ৰহিমৰ তোলনীয়া জীয়েকৰ আচল নাম হৈছে হনীপ্ৰীত। কিন্তু এতিয়াৰে পৰা হনীপ্ৰীতক ‘ৰোহানী দিদি’ নামেৰে জনা যাব।

“আমি তাইক ৰোহানি দিদি নাম দিছো। সহজভাৱে তেওঁক ৰোহ দিদি নামেৰে মাতিব পৰা যাব।”- ৰাম ৰহিমে কয়।

উল্লেখ্য যে ৪১ বৰ্ষীয়া হনীপ্ৰীতে সামাজিক মাধ্যমত নিজকে ‘পাপা কী পৰী’ বুলি আখ্যা দি আহিছে। ৰাম ৰহিমৰ সমানেই হনীপ্ৰীতো বিতৰ্কিত।

ৰাম ৰহিমৰ স’তে সম্পৰ্কক লৈও মাজে মাজে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ আহিছে হনীপ্ৰীত। তেওঁলোকৰ সম্পৰ্কক অস্বাভাৱিক বুলি আখ্যা দিয়ে বহুতে।

শেহতীয়াকৈ জামিনত মুক্তি লাভ কৰিয়েই ৰাম ৰহিমে এটা মিউজিক ভিডিঅ’ মুকলি কৰিছে। ‘লাভ চাৰ্জাৰ’ নামৰ মিউজিক ভিডিঅ’টোত হনীপ্ৰীতেও অংশ লৈছে। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement