--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ দেশজুৰি এতিয়া শ্বাহৰুখ খানৰ ছবি 'পাঠান'কলৈ উত্তেজনা বিয়পি পৰিছে৷ বহু ৰাজ্যত 'পাঠান' প্ৰদৰ্শন কৰিলে ছবিঘৰ জ্বলাই দিয়াৰো ভাবুকি দিয়া হৈছে৷ কেৱল সেয়াই নহয়, অসমকে ধৰি বহু ৰাজ্যত 'পাঠান'ৰ পোষ্টাৰ আদি জ্বলাই দিয়া হৈছে৷  ২৫ জানুৱাৰীত মুক্তি লাভ কৰিব 'পাঠান'-এ  ।

মাজত মাত্ৰ  কেইদিনমান বাকী। ছবিখনকলৈ  বিতৰ্ক বন্ধ হোৱা নাই৷  এইবাৰ গুজৰাটৰ এজন যুৱকে ছবিগৃহৰ মালিকসকলক ভাবুকি দিছে।যুৱকজনে এইবুলি ভাবুকি দিছে যে ছবিখন গুজৰাটৰ ছবিগৃহত প্ৰদৰ্শিত হ’লে ছবিঘৰত  জুই লগাই দিয়া হ’ব৷   ভাবুকি প্ৰদান কৰা  ৩৩ বছৰীয়া যুৱকজনক  ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ 

যুৱকজনে ভাবুকি দিয়া  ভিডিঅ'টো সামাজিক মাধ্যমত পোষ্ট কৰিছিল। ভিডিঅ'টোত তেওঁ ছবিগৃহৰ  মালিকসকলক স্পষ্টভাৱে ভাবুকি দিছিল যে যদি 'পাঠান'  ছবিখন দেখুওৱা হয়, তেন্তে জুই লাগিব। ভিডিঅ'টো পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে৷ 

এই যুৱকজনৰ নাম ছানি শ্বাহ, ওৰফে তৌজী। আৰক্ষীৰ মতে তেওঁৰ ভাবুকিৰ ফলত সাম্প্ৰদায়িক হিংসা হ'ব পাৰে। তেওঁক গ্ৰেপ্তাৰ কৰা হৈছে কিয়নো তেওঁ হিংসাত ইন্ধন যোগাই আছে। আৰক্ষীয়ে জনোৱা অনুসৰি, ছানী শ্বাহ কৰ্ণী সেনাৰ এজন প্ৰাক্তন সদস্য। আৰক্ষীয়ে ইতিমধ্যে তেওঁৰ মোবাইল ফোনটো জব্দ কৰিছে। উল্সেখ্য ইয়াৰ পূৰ্বে  গুজৰাটতবজৰং দলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। দীপিকা পাডুকন, শ্বাহৰুখ খান আৰু জন আব্ৰাহাম অভিনীত ছবিখন ২৫ জানুৱাৰীত মুক্তি পাব। সিদ্ধাৰ্থ আনন্দৰ ছবি খনৰ  বাবে আগতীয়া টিকট বিক্ৰী ইতিমধ্যে আৰম্ভ হৈছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক