--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ে মঙলবাৰে এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে।  ন্যায়ালয়ে আজি এক বিশেষ ৰায়ত এইবুলি উল্লেখ কৰে যে প্ৰাৰ্থীসকলে  তেওঁলোকৰ সকলো স্থাৱৰ সম্পত্তিৰ হিচাব দিব নালাগে। ভোটাৰে প্ৰাৰ্থী এগৰাকীৰ সকলো স্থাৱৰ সম্পত্তিৰ তথ্য জনাৰ অধিকাৰ নাই। উচ্চতম ন্যায়ালয়ে কয়  যে এজন ভোটাৰৰ "প্ৰাৰ্থীৰ প্ৰতিটো সম্পত্তিৰ বিষয়ে জনাৰ  অধিকাৰ নাই"। 

প্ৰাৰ্থী এজনৰ কেতবোৰ ক্ষেত্ৰত  গোপনীয়তাৰ অধিকাৰ আছে বুলি উচ্চতম ন্যায়ালয়ে কয়।  ন্যায়ালয়ে স্পষ্ট কৰি দিয়ে যে প্ৰাৰ্থীসকলে তেওঁলোকৰ বা তেওঁলোকৰ পৰিয়ালৰ মালিকানাধীন প্ৰতিটো স্থানান্তৰযোগ্য সম্পত্তিৰ হিচাব  প্ৰকাশ কৰাৰ প্ৰয়োজন নাই। উচ্চতম ন্যায়ালয়ে ২০১৯ চনত  অৰুণাচলৰ নিৰ্দলীয় বিধায়ক কাৰিখো ক্ৰি (তেজু বিধানসভা সমষ্টি)য়ে  ন্যায়ালয়ত সম্পত্তিৰ হিচাব দাখিলৰ বিষয়ত তৰা এটা গোচৰ সন্দৰ্ভত এনেদৰে ৰায়দান কৰে।

 উল্লেখ্য গুৱাহাটী উচ্চ ন্যায়ালয়ে পূৰ্বে ক্ৰিৰ প্ৰাৰ্থিত্ব বাতিল হোৱা বুলি  ঘোষণা কৰিছিল। অভিযোগ অনুসৰি  ক্ৰিয়ে "নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ  দাখিল কৰা মনোনয়নপত্ৰত   ক্ৰিৰ পত্নী আৰু পুত্ৰৰ মালিকানাধীন তিনিখন বাহনৰ তথ্য  প্ৰকাশ কৰা নাছিল। ক্ৰিৰ আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে আজি বিশেষ ৰায়টো প্ৰদান কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ