--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩২ বছৰ ধৰি চুলি কটা নাই তেওঁ। উত্তৰ প্ৰদেশৰ স্মিতা শ্ৰীবাস্তৱে চুলিৰেই গঢ়িছে বিশ্ব অভিলেখ। স্মিতা  বৰ্তমান পৃথিৱীৰ আটাইতকৈ দীঘল চুলিৰ গৰাকী।  অলপতে তেওঁৰ নাম গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুক্ত হৈছে। 

স্মিতাই ১৪ বছৰ বয়সৰ পৰাই চুলি কটা  বন্ধ কৰিছিল। ফলস্বৰূপে ৪৬  বছৰ বয়সত, তেওঁৰ চুলিৰ দৈৰ্ঘ্যই পৃথিৱীৰ সকলো মহিলাৰ চুলিৰ দৈৰ্ঘ্যতকৈ চেৰাই যায়।   যোৱা ৩২  বছৰত তেওঁৰ  চুলিৰ দৈৰ্ঘ্য হৈছে ৭ ফুট ৯ ইঞ্চি। গিনিজ বুক অফ ৰেকৰ্ডছে স্মিতাৰ চুলিক   পৃথিৱীৰ আটাইতকৈ দীঘল চুলি হিচাপে স্বীকৃতি দিছে। স্মিতাই কৈছে  যে ৮০ ৰ দশকৰ নায়িকাসকল তেওঁৰ অনুপ্ৰেৰণা আছিল। তেওঁলোকৰ বহুতৰে দীঘল চুলি আছিল। যেতিয়া তেওঁ তেওঁলোকৰ চুলি  দেখিছিল তেতিয়াই তেওঁ চুলি কাটিবলৈ বন্ধ কৰিছিল।

স্মিতাইলগতে কয় যে হিন্দু  দেৱীসকলৰ দীঘল চুলি আছিল। স্মিতাৰ মতে, দীঘল চুলি হৈছে ভাৰতীয় মহিলাসকলে সৰ্বশ্ৰেষ্ঠ পৰিচয় ।  স্মিতাৰ  ৭৫  বছৰীয়া মাতৃৰো ৩ ফুট দীঘল  চুলি আছে।  স্মিতাই ইমান দীঘল চুলিৰ যত্ন কেনেদৰে লয়?

স্মিতাই কয়  দিয়ে  যে তেওঁ সপ্তাহত দুবাৰ চুলি ধুব লাগে। ধুবলৈ, শুকুৱাবলৈ আৰু বান্ধিবলৈ কমেও তিনি ঘণ্টা সময় লাগে। একেদৰে  চুলি ধুবলৈ ৪৫ মিনিট সময় লাগে। ইয়াৰ পিছত  টাৱেল ব্যৱহাৰ কৰি চুলি শুকোৱাৰ প্ৰক্ৰিয়া চলে। বাকী কাম খিনিত আৰু দুঘণ্টা সময় লাগে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক