--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : প্ৰবল বৃষ্টিপাতে একপ্ৰকাৰ প্ৰলয়ৰ সৃষ্টি কৰিছে মহাৰাষ্ট্ৰত। বিগত কেইবাদিনো ভালেকেইখন জিলাত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত বহু অঞ্চল জলমগ্ন হৈ পৰিছে। আজি ৰাজ্যখনৰ ৰায়গড় এলেকাত হোৱা ভূমিস্খলনৰ ফলত ৩৬জনকৈ লোকৰ মৃত্যু হৈছে। অৱশ্যে কোংকন এলেকাত বৰষুণৰ প্ৰকোপ সামান্য হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে। ৰায়গড়ৰ বান প্ৰভাৱিত অঞ্চলবোৰৰ পৰা ক্ষতিগ্ৰস্ত লোকসকলক উদ্ধাৰ কৰাৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা হৈছে। প্ৰশাসনৰ লোকে বানৰ কৱলত পৰা লোকসকলক ঘৰৰ চালত উঠি উদ্ধাৰকাৰীৰে সহযোগ কৰিবলৈ আহ্বান জনাইছে। বিগত ৪০ বছৰৰ ভিতৰত মহাৰাষ্ট্ৰত সৰ্বাধিক হাৰত বৰষুণ হোৱা বুলি প্ৰকাশ পাইছে। এনে প্ৰলংয়কৰী পৰিস্থিতিৰ মাজতে তিনিঠাইত হোৱা ভূমিস্খলনত এইসকল লোকৰ মৃত্যু হৈছে। এতিয়ালৈ ৩২টা মৃতদেহ উদ্ধাৰ কৰিছে উদ্ধাৰকাৰীয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ