--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ বিৰুদ্ধে এজন বিল্ডাৰৰ আত্মীয়ৰ পৰা ধন সংগ্ৰহ আৰু মুক্তিপণৰ বাবে অপহৰণ কৰাৰ অভিযোগত আৰু এটা গোচৰ ৰুজু কৰা হৈছে বুলি মুম্বাই আৰক্ষীয়ে সদৰী কৰিছে। শুকুৰবাৰে থানে আৰক্ষী চকীত পঞ্জীয়ন কৰা এফআইআৰ খনত এজন ডিচিপি পদবীৰ বিষয়া আৰু আন ৩ জন অভিযুক্তৰ নাম উল্লেখ কৰা হৈছে বুলি জানিব পৰা গৈছে। গোচৰটোৰ অভিযোগকাৰী শৰদ আগৰৱালে শুক্ৰবাৰে পুৱতি নিশা থানেৰ কোপৰি আৰক্ষী থানাৰ কাষ চাপিছিল।

পূৰ্বতে থানে আৰক্ষী প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰা পৰমবীৰ সিঙৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল শৰদ আগৰৱালে। মুম্বাই আৰক্ষীয়ে ডিচিপি পদবীৰ বিষয়া পৰাগ মানেৰে, সঞ্জয় পুনামিয়া, সুনীল জৈন আৰু মনোজ ঘোটকাৰ বুলি চিনাক্ত কৰিছে।শৰদ আগৰৱালে দাখিল কৰা অভিযোগ অনুসৰি, ‘অভিযুক্ত লোককেইজনে তেওঁৰ পৰা ২ কোটি টকা আদায় দিয়াৰ দাবী জনাইছিল আৰু বলপূৰ্বকভাৱে তেওঁৰ ভূমি অধিগ্ৰহণ কৰিছিল।’উল্লেখ্য যে,বৃহস্পতিবাৰে মুম্বাই আৰক্ষী চকীত এগৰাকী বিল্ডাৰে প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰম বীৰ সিঙৰ বিৰুদ্ধে ধনদাবী, প্ৰৱঞ্চনা, জালিয়াতি আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগত গোচৰ তৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ