--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰৱল গ্ৰীষ্মত দহিছে ইউৰোপ। সমগ্ৰ ইউৰোপতে দেখা গৈছে জুইৰ দাবানল। বুধবাৰৰ পৰা স্পেইন, পৰ্তুগাল আৰু ফ্ৰান্সৰ বিভিন্ন প্ৰান্তত পৰ্যবেক্ষণ কৰা হৈছে এই দাবানল। ফলত ইউৰোপৰ কিছু কিছু অঞ্চলত বৃদ্ধি পাইছে  তাপমাত্ৰা।

ফ্ৰান্সত কমেও ৬ হাজাৰ লোকক নিৰাপদ স্থানলৈ প্ৰেৰণ কৰা হৈছে। দক্ষিণ-পশ্চিম ফ্ৰান্সৰ জিৰ’ণ্ড অঞ্চলত সংঘটিত হৈছে  অগ্নিকাণ্ডৰ। ইয়াৰে দুটা অঞ্চলত জুইৰ প্ৰভাব অধিক বুলি খবৰ আহিছে। অৱশ্যে, অগ্নিনিৰ্বাপক বাহিনীয়ে অব্যাহত ৰাখিছে উদ্ধাৰ কাৰ্য।  লাণ্ডিৰাছ চহৰ আৰু বৰ্ডোৰ দক্ষিণ অঞ্চলতো জুইৰ প্ৰকোপ দেখিবলৈ পোৱা গৈছে। 

ইফালে, আটলাণ্টিক উপকূলৰ আৰ্কান্ সাছ উপসাগৰত আন এক বৃহৎ অগ্নিকাণ্ডৰ খবৰ পোৱা গৈছে। ইউৰোপৰ ভিতৰতে ই আটাইতকৈ ওখ বালিৰ টিলা। দূৰ দূৰণিলৈ ক’লা ধোঁৱাৰে আৱৰি আছে বিস্তীৰ্ণ অঞ্চল। ফ্ৰান্সত হোৱা এই প্ৰাকৃতিক অগ্নিকাণ্ডৰ বাবে প্ৰশাসনে জাৰী কৰিছে সতৰ্কবাণী।

পৰ্তুগালৰ একাংশ অঞ্চল ছানি ধৰিছে জুইয়ে। প্ৰচণ্ড ধুমুহাৰ বাবে জুই নিয়ন্ত্ৰণ কৰিবলৈ গৈ বিপাঙত পৰিছে অগ্নিনিৰ্বাপক বাহিনী। বন্ধ হৈ পৰিছে যাতায়তৰ পথ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি