--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বিশেষ সুৰক্ষা গোটৰ সঞ্চালক অৰুণ কুমাৰ সিনহাৰ দেহাৱসান হৈছে। ১৯৮৮ চনৰ কেৰালা বেটচৰ আই পি এছ বিষয়াজনৰ বুধবাৰে পুৱা মৃত্যু হয়। এছ পি জিৰ এক সূত্ৰৰ মতে, অৰুণ বিগত কেইবছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছিল। গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। তাতেই শেষ উশাহ ল’লে।

২০১৬ চনত অৰুণে এছ পি জিৰ সঞ্চালক হিচাপে দায়িত্ব লয়। চলিত বৰ্ষৰ ৩০ মে’ত তেওঁৰ কাৰ্যকাল শেষ হোৱাৰ কথা আছিল। কিন্তু তেওঁক আৰু এবছৰৰ বাবে এছ পি জিৰ মুৰব্বী হিচাপে ৰখাৰ সিদ্ধান্ত লোৱা হ’ল।

প্ৰধানমন্ত্ৰী, প্ৰাক্তন প্ৰধানমন্ত্ৰী আৰু তেওঁলোকৰ ঘনিষ্ঠ আত্মীয়ৰ নিৰাপত্তাৰ দায়িত্ব এছপিজিৰ। ১৯৮৫ চনত বিশেষভাৱে প্ৰশিক্ষিত বিষয়াৰে এই এছ পি জি সৃষ্টি কৰা হৈছিল। প্ৰধানমন্ত্ৰীৰ বাসগৃহ সচিবালয়ৰ নিৰাপত্তাৰ দায়িত্বও এছ পি জিৰ। দেশৰ ভিতৰত যিকোনো অনুষ্ঠানতে প্ৰধানমন্ত্ৰীক নিৰাপত্তা প্ৰদান কৰে এছ পি জিৰ বিষয়াসকলে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস