--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিক্ৰান্ত মেছিৰ ছবি ‘দ্য সাবৰমতী ৰিপোৰ্ট’ক লৈ মুক্তিৰ পূৰ্বেও বিতৰ্কৰ সৃষ্টি হৈছে। ২০০২ চনৰ গোধৰা কাণ্ডৰ ওপৰত নিৰ্মিত ছবিখনৰ সন্দৰ্ভত দৰ্শকক দুটা গোটত বিভক্ত কৰা হৈছে। ইফালে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াৰ পূৰ্বেও ছবিখনৰ প্ৰশংসা কৰিছিল। এতিয়া গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰশংসা কৰিছে ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’। ছ’চিয়েল মিডিয়াত পোষ্ট কৰি অমিত শ্বাহে কয় যে যিমানেই চেষ্টা নকৰক কিয় সত্যক দমন কৰিব নোৱাৰিব।

The Sabarmati Report Review: Vikrant Massey Is Ready To Take Bollywood's  Throne - News18

এক্সত অমিত শ্বাহে লিখিছে- ‘যিকোনো শক্তিশালী পৰিৱেশ তন্ত্ৰই যিমানেই চেষ্টা নকৰক কিয়, ই সত্যক আন্ধাৰত লুকুৱাই ৰাখিব নোৱাৰে। অতুলনীয় সাহসেৰে পৰিৱেশ তন্ত্ৰক প্ৰত্যাহ্বান জনোৱা ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ ছবিখনে সেই ভয়াবহ ঘটনাৰ আঁৰৰ সত্যক দিনৰ পোহৰত উদঙাই দিছে।’

উল্লেখ্য যে ইয়াৰ পূৰ্বে পি এম মোদীয়ে বিক্ৰান্ত মেছিৰ ছবি ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ৰ প্ৰশংসাও কৰিছিল। তেওঁ এক্সত লিখিছিল- ‘ভাল ছবি। ভাল কথা যে এই সত্যটো ওলাই আহিছে আৰু সেইটোও এনেদৰে যে সাধাৰণ মানুহে ইয়াক চাব পাৰে। এটা ভুৱা আখ্যান সীমিত সময়ৰ বাবেহে টিকি থাকিব পাৰে। শেষত তথ্যবোৰ সদায় ওলাই আহিব।

The Sabarmati Report (2024) - IMDb


উল্লেখ্য যে বিক্ৰান্ত মেছিৰ ছবি ‘দ্য সাবৰমতী ৰিপ’ৰ্ট’ ১৫ নৱেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে। কাহিনীৰ বাবে ছবিখনে বহু সমালোচনাৰ সন্মুখীন হৈছে। ২০০২ চনৰ গোধৰা কাণ্ডৰ আধাৰত নিৰ্মিত এই ছবিখনৰ কাহিনী ৰচনা কৰা হৈছে য'ত সাবৰমতী এক্সপ্ৰেছৰ এটা ডবাত একাংশ লোকে জুই লগাইছিল। এই দুৰ্ঘটনাৰ পিছতে আৰম্ভ হয় সাম্প্ৰদায়িক হিংসা।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু