--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্ব ৰাজনীতিৰ প্ৰভাৱশালী নেতাসমূহৰ ভিতৰত অন্যতম  ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নাম শেহতীয়াকৈ শান্তিৰ নোবেল বটাঁৰ বাবে উচ্চাৰিত হৈছে৷

ইউৰোপত চলি থকা ৰাছিয়া-ইউক্ৰেইন যুদ্ধ প্ৰতিৰোধৰ ক্ষেত্ৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শলাগ লৈ নোবেল কমিটিৰ উপ-সভাপতি এশ্লে ট’জেই প্ৰধানমন্ত্ৰী মোদীক শান্তিৰ নোবেল বঁটাৰ প্ৰবল দাবীদাৰ হিচাপে অভিহিত কৰে৷

এশ্লে ট’জেৰ মতে,প্ৰধানমন্ত্ৰী মোদীয়ে যিদৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক যুদ্ধ পৰিণাম সম্পৰ্কে বুজাই সেইয়া অনুকৰণীয়,তেখেতে পাৰমাণৱিক যুদ্ধৰ পৰিণতি সম্পৰ্কেও কঠোৰ বুজনি দিছে৷আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত সেয়েহে এনে নেতাৰ প্ৰয়োজন আছে৷

তদুপৰি ট’জেৰ মতে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী শান্তিৰ নোবেল বঁটাৰ প্ৰবল দাবীদাৰ কাৰণ তেখেত এজন বিশ্বাসী নেতা যিজনে শান্তি প্ৰতিষ্ঠা কৰিব পাৰিব৷লগতে তেওঁ কয় যে প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ সেই ৰাষ্ট্ৰনেতাসমূহৰ ভিতৰত অন্যতম যিসকলে বিশ্বশান্তিৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে৷

এশ্লেই জনোৱা অনুসৰি,ভাৰতক এখন বিকশিত দেশ বনোৱাত প্ৰধানমন্ত্ৰী মোদীৰ ভূমিকা অনস্বীকাৰ্য৷ভাৰতবৰ্ষই শান্তি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছে৷তেওঁ লগতে উল্লেখ কৰে যে বিশ্বশান্তি প্ৰতিষ্ঠাৰ বাবে প্ৰধানমন্ত্ৰী মোদী আটাইতকৈ বিশ্বাসী ৰাষ্ট্ৰনেতা৷








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক