--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ টকিঅ'ত অনুষ্ঠিত হোৱা পেৰা অলিম্পিকত ভাৰতে চমকপ্ৰদ প্ৰদৰ্শন দাঙি ধৰিবলৈ সমৰ্থ হ'ল। যোৱা ২৪ আগষ্টত আৰম্ভ হৈ আজি সমাপ্তি ঘটা প্ৰতিযোগিতাখনত ভাৰতীয় খেলুৱৈসকলে ৫ টা সোণ, ৮ টা ৰূপ আৰু ৬ টা ব্ৰঞ্জৰ মেডেলসহ মুঠ ১৯ টা পদক দেশলৈ কঢ়িয়াই আনিলে।

উল্লেখ্য যে প্ৰতিযোগিতাখনিত ভাৰতৰ হৈ প্ৰথমটো ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল মহিলা টেবুল টেনিছ খেলুৱৈ ভাবিনা পেটেলে। হুইল চেয়াৰত বহিয়েই দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই ভাবিনা পেটেলে পুনৰ এবাৰ প্ৰমাণ কৰি দেখুৱালে যে মানুহে ইচ্ছাশক্তি প্ৰবল হ'লে অসম্ভৱকো সম্ভৱ কৰি তুলিব পাৰে।
আজি অন্ত পৰা পেৰা অলিম্পিকত কৃষ্ণা নগৰে পুৰষৰ একক বেডমিণ্টন শাখাত সোণৰ পদক আঁ‌জুৰি আনিবলৈ সক্ষম হৈছে।

এথলেটিকছতো ভাৰতে দমনীয় প্ৰদৰ্শনৰে হাই জাম্পত ৪ টা, জেভলিন থ্ৰ'ত ৩ টা পদক লাভ কৰিবলৈ সক্ষম হ'য়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ