--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেলেৰ অভিলেখ ভংগ হ’ল। নেইমাৰ জুনিয়ৰে এটা নতুন নজিৰ স্থাপন কৰিবলৈ সক্ষম হ’ল।পৰৱৰ্তী বিশ্বকাপৰ যোগ্যতা অৰ্জনকাৰী ৰাউণ্ডৰ খেলত বলিভিয়াৰ বিৰুদ্ধে গ'ল কৰি এটা নতুন মাইলৰ খুঁটি স্থাপন কৰিলে নেইমাৰে। নেইমাৰে আন্তঃৰাষ্ট্ৰীয় ফুটবলত ৭৮ টা গ'ল কৰিছে।

 তেওঁ বলিভিয়াৰ বিৰুদ্ধে এটা গ'লৰ কৰি অৱশেষত  পেলেৰ অভিলেখ ভংগ কৰিলে। তেওঁ ব্ৰাজিলৰ হৈ সৰ্বাধিক গ'ল কৰিছিল। ব্ৰাজিলে বলিভিয়াক ৫-১ গ'লত পৰাস্ত কৰে। খেলখনৰ ৬১ মিনিটত নেইমাৰে দলটোৰ হৈ গ'ল কৰে। তেওঁ খেলখনত দুটা গ'ল কৰিছিল। উল্লেখ্য পেলেই ব্ৰাজিলৰ হৈ ৭৭ টা গ'ল কৰিছিল।

নেইমাৰে কৰিলে ৭৮ টা গ’ল। ৩১ বছৰীয়া ষ্ট্ৰাইকাৰজনে কেইদিনমান আগতে পেৰিছ ছেইণ্ট জাৰ্মেইন এৰি চৌদি আৰৱৰ ক্লাব আল হিলালত যোগদান কৰে। নেইমাৰ শেহতীয়াকৈ কেইবাটাও বিতৰ্কত আৱদ্ধ হৈ পৰিছে। তেওঁৰ বিৰুদ্ধে এটা ঘৰ নিৰ্মাণৰ ক্ষেত্ৰত ব্ৰাজিলৰ আইন ভংগ কৰা আৰু তেওঁৰ প্ৰেমিকাক প্ৰতাৰণা কৰাৰ অভিযোগ উঠিছে। কেইদিনমান আগতে আঘাতৰ পৰা আৰোগ্য হোৱাৰ পিছত তেওঁ খেলপথাৰলৈ উভতি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক