--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উৰ্ফি জাভেদ। অদ্ভূত পোছাক পৰিধানৰ পৰা ৰাজনৈতিক বক্তব্যলৈকে সদায় চৰ্চাত আছে এগৰাকী টেলিভিছন অভিনেত্ৰী। উৰ্ফি জাভেদ মানেই যেন বিতৰ্ক!

এইবাৰ উৰ্ফিৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল ৰেপাৰ হানি সিঙে। এক সাক্ষাৎকাৰত হানি সিঙে কয়- "উৰ্ফি এগৰাকী অতি সাহসী মহিলা। আপুনি নিজৰ জীৱন কেনেকৈ যাপন কৰিব লাগে উৰ্ফিৰ পৰা শিকক।"

হানি সিঙে কয় যে সকলো ছোৱালীৰ উৰ্ফিৰ পৰা কিবা নহয় কিবা শিকিবলৈ আছে। একেটা সাক্ষাৎকাৰতে হানি সিঙে কয় যে সকলোৱে জাতি আৰু ধৰ্মৰ প্ৰতি গুৰুত্ব নিদিয়াকৈ নিজে জীয়াই থাকিব লাগে।

কৰণ জোহৰৰ 'বিগ বছ অ'টিটি' অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পিছৰে পৰা উৰ্ফি জাভেদ দূৰদৰ্শন জগতৰ এক সুপৰিচিত মুখ হৈ পৰিছে। উৰ্ফিক বৰ্তমান 'এমটিভি'ৰ এটা ৰিয়েলিটি শ্ব'তো দেখা গৈছে। অৱশ্যে, কেৱল ৰিয়েলিটি শ্ব'বোৰেই নহয়, উৰ্ফিয়ে 'চন্দ্ৰ নন্দিনী', 'মেৰী দুৰ্গা', 'ইয়ে ৰিস্তা ক্যা কেহলাতা হে'ৰ দৰে জনপ্ৰিয় হিন্দী ধাৰাবাহিকতো অভিনয় কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক