--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ প্ৰেমে নামানে বয়সৰ সীমা। বয়স মাথোন সংখ্যাহে, প্ৰেম কিন্তু যুগমীয়া। তাৰেই এক জ্বলন্ত সাক্ষী হৈ ৰ’ল পাকিস্তানৰ এক নৱদম্পত্তি।

পাকিস্তানৰ হাফিজাবাদৰ হাফিজ মহম্মদ নাদিম নামৰ এগৰাকী যুৱকৰ প্ৰেমত পৰে পোলেণ্ডৰ ব্ৰোমা নামৰ এগৰাকী বৃদ্ধা। হাফিজৰ বয়স ২৮ হোৱাৰ বিপৰীতে ব্ৰোমাৰ বয়স হৈছে ৮২।

হাফিজ পেছাত এগৰাকী অটোৰিক্সা মেকানিক। মনৰ মানুহক পাই পোলেণ্ডৰ পৰা পাকিস্তানলৈ গুছি আহিল ব্ৰোমা। উদ্দেশ্য হাফিজৰ স’তে বিয়া কৰোৱা।

এটা পাকিস্তানী সংবাদমাধ্যমক হাফিজে জনায় যে ৬ বছৰ পূৰ্বে ব্ৰোমাৰ লগত কথা-বতৰা হৈছিল তেওঁৰ। কিন্তু কেতিয়াও লগ পোৱা নাছিল। কিন্তু এতিয়া তেওঁলোকে নতুন সংসাৰ গঢ়িবলৈ উলাইছে।

হাফিজৰ ঘৰলৈ আহি পৰম্পৰাগতভাৱেই বিয়াত বহিছে ব্ৰোমা। ৰঙা পোছাক পিন্ধি হাতত মেহেন্দী সানিছে অশীতিপৰ বৃদ্ধাগৰাকীয়ে। তাৰপাছতে সামাজিক মাধ্যমত বিয়াখনক লৈ তীব্ৰ চৰ্চা চলিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক