--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰেম, বিচ্ছেদ, পুত্ৰস্নেহ, প্ৰাক্তন স্বামীৰ প্ৰতি দায়িত্ববোধ- 'আইটেম গাৰ্ল’ মালাইকা অৰোৰাই এই সকলোবোৰ দিশ চম্ভালিব লগা হৈছে। প্ৰেমিক অৰ্জুন কাপুৰৰ স’তে মালাইকাই নতুন বছৰটো উদযাপন কৰে। তাৰপাছতে প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতে ডিনাৰ কৰে।

মালাইকা অৰোৰা আৰু আৰবাজৰ স’তে তেওঁলোকৰ পুত্ৰ আৰহান ডিনাৰত অংশ লয়। দম্পতীহালে ২০১৭ চনত তেওঁলোকৰ ১৭ বছৰীয়া বিবাহ সমাপ্ত কৰিছিল। কিন্তু তেওঁলোকে সেইসময়ত এইটোও কৈছিল যে তেওঁলোকে তেওঁলোকৰ পুত্ৰক একেলগে চোৱা-চিতা কৰিব। সেইবাবেই দুয়োৱে নতুন বছৰৰ ডিনাৰত অংশ লয়।

আনহাতে, মালাইকা আৰু আৰবাজৰ ডিনাৰৰ ফটো সামাজিক ভাইৰেল হৈ পৰিছে। অনেকে ফটোসমূহক লৈ বিভিন্ন মন্তব্য কৰিছে। কিছুৱে 'অৰ্জুন ক’ত আছে?’ বুলিও প্ৰশ্ন কৰিছে।

উল্লেখ্য মালাইকাই চৰ্চিত ব্যক্তিগত জীৱনৰ উপৰিও নিজৰ কামতো ব্যস্ত হৈ আছে। শেহতীয়াকৈ, 'আইটেম গাৰ্ল’গৰাকীৰ ওপৰত আধাৰিত 'মুভিং ইন উইথ মালাইকা' চিৰিজটো মুকলি কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ
Advertisement