--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
২০১৪ বৰ্ষৰ কৰ্মচাৰীৰ পেঞ্চন (সংশোধনী) আঁচনিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে এক বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। আদালতে কৰ্মচাৰী পেঞ্চন (সংশোধনী) যোজনাক সমৰ্থন কৰি পেঞ্চন পুঁজিত যোগদানৰ বাবে ১৫ হাজাৰ টকাৰ মাহিলী দৰমহাৰ সীমা ধাৰ্য্য কৰে। মন কৰিবলগীয়া যে কৰ্মচাৰীজনৰ দৰমহা যিয়েই নহওক কিয়, কিন্তু তেওঁৰ পেঞ্চনৰ হিচাপ মাত্ৰ ১৫ হাজাৰ টকাৰে কৰা হয়। সহজ ভাষাত ক’বলৈ গ’লে প্ৰতিজন কৰ্মচাৰীয়ে কাম কৰাৰ সময়ত ইপিএফঅ’ একাউণ্ট খুলিব লাগে।

কৰ্মচাৰীয়ে নিজৰ দৰমহাৰ ১২ শতাংশ ইপিএফ হিচাপে জমা কৰে। আনহাতে, কৰ্মচাৰীজনে কাম কৰা কোম্পানীটোৱেও কৰ্মচাৰীজনৰ ইপিএফঅ’ একাউণ্টত এই ধন জমা কৰে। আৰু এই ধনৰ মাত্ৰ ৮.৩৩ শতাংশহে যায়। এনে পৰিস্থিতিত যদি ১৫ হাজাৰৰ সীমা আঁতৰাই কাৰোবাৰ বেচিক পে' ২০ হাজাৰ টকা হয়, তেতিয়া পেঞ্চনৰ পৰিমাণো বৃদ্ধি পাব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক