--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ইন্ধনৰ দাম বৃদ্ধি পোৱাৰ লগে লগে দেশত বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।

ডিজিটেল ডেস্ক : ইজৰাইলে ইৰানত কৰা আক্রমণে ভাৰতৰ বজাৰতো জুই জ্বলোৱাৰ আশংকা বৃদ্ধি কৰিছে। এই যুদ্ধৰ ফলত বিশ্বৰ বজাৰত খাৰুৱা তেলৰ দাম অস্বাভাৱিক হাৰত বৃদ্ধি পাইছে। শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্ৰেণ্ট খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৮২ ডলাৰ হৈছে।


যদিহে এই ধাৰা অব্যাহত থাকে তেতিয়া ভাৰতৰ তেল, কোম্পানীসমূহে পেট্রল আৰু ডিজেলৰ দাম বৃদ্ধি কৰিবলৈ বাধ্য হ'ব। যদিহে খাৰুৱা তেলৰ দাম অধিক বৃদ্ধি পায় তেতিয়া ভাৰতৰ বজাৰত প্রতি লিটাৰ পেট্রলৰ দাম ১২০ টকা বা তাতকৈ অধিক হোৱাৰ সম্ভাৱনা আছে।


ইয়াৰ লগে লগে ডিজেলৰ দামো বৃদ্ধি পাব। ইন্ধনৰ দাম বৃদ্ধি পোৱাৰ লগে লগে দেশত বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ