--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • সিন্ধু জল চুক্তি পুনৰ ঘূৰাই অনা নহয়। ইয়াৰ পৰিৱৰ্তে পাকিস্তানলৈ আগতে যোৱা সিন্ধু নদীৰ জলধাৰা এটা খাল নিৰ্মাণ কৰি ৰাজস্থানলৈ বোৱাই অনা হ'ব।

ডিজিটেল ডেস্ক : পাকিস্তানৰে সিন্ধু জল চুক্তি স্থগিতকৰণ বাহাল থাকিব। কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহে শনিবাৰে কয় যে সিন্ধু জল চুক্তি স্থগিতকৰণৰ সিদ্ধান্ত বাহাল থাকিব।


শ্বাহে কয় যে চুক্তিখনৰ স্থগিতকৰণ উঠাই লোৱাৰ পৰিৱৰ্তে ভাৰতে সিন্ধু নদীৰ পানী ইয়াৰ অভ্যন্তৰীণ দিশত ব্যৱহাৰৰ বাবে নদীৰ জলধাৰাৰ গতি পৰিৱৰ্তন কৰিব। কেন্দ্রীয় গৃহ মন্ত্রী শ্বাহে সংবাদ মাধ্যম টাইমছ অব্ ইণ্ডিয়াৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কয় যে সিন্ধু জল চুক্তি পুনৰ ঘূৰাই অনা নহয়। ইয়াৰ পৰিৱৰ্তে পাকিস্তানলৈ আগতে যোৱা সিন্ধু নদীৰ জলধাৰা এটা খাল নিৰ্মাণ কৰি ৰাজস্থানলৈ বোৱাই অনা হ'ব।


পাকিস্তানে ইয়াৰ বাবে প্ৰতিটোপাল পানীৰ বাবে সংঘর্ষ কৰিব লগা হ'ব বুলি শ্বাহে মন্তব্য কৰে। উল্লেখযোগ্য যে ১৯৬০ চনত স্বাক্ষৰ কৰা সিন্ধু জল চুক্তিখন কাশ্মীৰৰ পহলগাম-কাণ্ডৰ পাছতে ভাৰতে স্থগিত ৰাখিছিল।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক