--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ  মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে শনিবাৰে বাংগালুৰুত এক অনুষ্ঠানত ভাষণ প্ৰদান কৰাৰ সময়ত ট্ৰলিঙৰ বলি হোৱাৰ অভিজ্ঞতাৰ বিষয়ে কয়। সন্মিলনত ভাষণ প্ৰদান কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে  কয় যে তেওঁৰ সৈতে ট্ৰলিঙৰ ঘটনা ৪-৫ দিন পূৰ্বে সংঘটিত হৈছিল। মুখ্য ন্যায়াধীশে কয়, "এয়া চাৰিৰ পৰা পাঁচ দিন আগৰ কথা। মই এটা গোচৰৰ শুনানি গ্ৰহণ কৰি আছিলো। সেই সময়ত মই মোৰ পিঠিত অলপ বিষ অনুভৱ কৰি আছিলো। তাৰ পিছত মই মোৰ কিলাকুটি  চকীখনত ৰাখিছিলো। আৰু মই চকীখনৰ অৱস্থান সলনি কৰি অলপ আগবাঢ়ি বহিছিলো। 

 চন্দ্ৰচূড়ে কয়  যে ঘটনাটোৰ পিছত  ছ'চিয়েল মিডিয়াত  তেওঁক যথেষ্ট ট্ৰ'ল কৰা হ’ল। বহুতে তেওঁৰক তেওঁৰ বহাৰ অৱস্থানৰ বাবে অহংকাৰী বুলিও কৈছিল। মুখ্য ন্যায়াধীশগৰাকীয়ে  দেশৰ ন্যায়পালিকাৰ ওপৰত থকা আস্থাৰ বিষয়েও কৈছিল।  চন্দ্ৰচূড়ে কয়  যে ন্যায়পালিকা সম্পৰ্কে বহু অভিযোগ থকা স্বত্বেও  ই সাধাৰণ মানুহৰ সেৱা কৰি আছে।

 তেওঁ কয়, "আমাৰ কান্ধ যথেষ্ট বহল  আৰু সাধাৰণ নাগৰিকৰ আমি কৰা কামৰ ওপৰত সম্পূৰ্ণ আস্থা আছে।" ভাষণত তেওঁ 'কৰ্মজীৱনৰ ভাৰসাম্যতা'ৰ বিষয়টোও উত্থাপন কৰা কৰে। ডি ৱাই চন্দ্ৰচূড়ে ন্যায়িক বিষয়াসকলৰ কাম আৰু ব্যক্তিগত জীৱনৰ ভাৰসাম্য ৰক্ষা কৰাৰ  বিষয়তো  গুৰুত্ব আৰোপ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ