--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লেটিন আমেৰিকান দেশ চিলিৰ মডেল ডেনিয়েলা চাভেজে দাবী কৰিছে যে তেওঁ ক্রিষ্টিয়ানো ৰোনাল্ডোৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিল। তেওঁৰ হাতত ইয়াৰ ভিডিঅ’ও আছে।

আনকি ডেনিয়েলাই লিয়নেল মেছিৰ বিৰুদ্ধেও অভিযোগ উত্থাপন কৰিছে। যদিও তেওঁ পোনপটীয়াকৈ মেছিৰ নাম উল্লেখ কৰা নাছিল, তথাপিও তেওঁ দাবী কৰিছিল যে মেছিৰ আন এগৰাকী মহিলাৰ সৈতে পৰকীয়া সম্পৰ্ক আছিল।

ডেনিয়েলাই টুইটাৰত এই বিষয়ে কয়। সেই টুইটত তেওঁ ৰোনাল্ডোকো টেগ কৰিছিল। ডেনিয়েলাই লিখিছে, "যদি কোনোবাই নিজৰ সংগীৰ বাহিৰত আন এজন পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰে, যিজন উদাৰ আৰু কোনো দাবী নথকা, তেন্তে ইয়াক প্ৰতাৰণা বুলি ক'ব পাৰিনে? ই কেৱল যৌনতা। আন একো নহয়। হয়, মই ৰোনাল্ডোৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিছিলো।''

এই সম্পৰ্ক কেতিয়া বা কি পৰিস্থিতিত হৈছিল সেই বিষয়ে ডেনিয়েলাই স্পষ্টকৈ একো লিখা নাই। অৱশ্যে ৰোনাল্ডোৰ সৈতে কটোৱা বিশেষ মুহূৰ্তৰ ভিডিঅ’ তেওঁৰ হাতত আছে বুলিও তেওঁ কয়। ডেনিয়েলাই লিখিছে যে মই একেবাৰেই অতিৰঞ্জিত কৰা নাই। মোৰ কথা প্ৰমাণ কৰিবলৈ মোৰ হাতত ভিডিঅ' আছে। কিন্তু সেই ভিডিঅ'টো মই কাকো দেখুৱাব নোৱাৰো। কাৰণ সকলোৰে জীৱনত গোপন কথা থাকে। তাৰোপৰি এই ভিডিঅ'টো শ্বুট কৰাৰ সময়ত আমি দুয়ো উলংগ হৈ আছিলো।

ডেনিয়েলাই কেৱল ৰোনাল্ডোৰ কথাই নহয়, মেছিৰ বিষয়েও কয়। অৱশ্যে তেওঁ পোনপটীয়াকৈ মেছিৰ নাম উল্লেখ কৰা নাছিল। ডেনিয়েলাই লিখিছে, “মই এগৰাকী মহিলাক চিনি পাওঁ, যিগৰাকী আৰ্জেণ্টিনাৰ বিখ্যাত ১০ নম্বৰৰ জাৰ্চিধাৰীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল।”

উল্লেখ্য যে ২০০৯ চনৰ পৰা আৰ্জেণ্টিনাৰ ১০ নম্বৰ জাৰ্চিৰ মালিক মেছিয়ে। গতিকে আৰ্জেণ্টিনাৰ দশম নম্বৰৰ জাৰ্চিধাৰী হিচাপে মেছিৰ কথা কোৱাটো নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক