--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ দিন চমু লগাৰ লগে লগে তৎপৰ হৈ পৰিছে আম আদমী পাৰ্টি৷ আম আদমী পাৰ্টিয়ে ইতিমধ্যে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকাও প্ৰকাশ কৰিছে৷ আম আদমী পাৰ্টিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ভগৱন্ত মানৰ নাম ঘোষণা কৰিছিল যদিও দলটো এতিয়াও মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ ডিজিটেল ডেস্ক: পঞ্জাবৰ বিধানসভা নিৰ্বাচনৰ দিন চমু লগাৰ লগে লগে তৎপৰ হৈ পৰিছে আম আদমী পাৰ্টি৷ আম আদমী পাৰ্টিয়ে ইতিমধ্যে ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ তালিকাও প্ৰকাশ কৰিছে৷ আম আদমী পাৰ্টিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে ভগৱন্ত মানৰ নাম ঘোষণা কৰিছিল যদিও দলটো এতিয়াও মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ বাবে অনিশ্চয়তাত আছে৷ যাৰ বাবে ৰাইজৰ কাষ চাপিবলৈ আম আদমী পাৰ্টিয়ে গ্ৰহণ কৰিছে এক অভিনৱ পন্থা৷ আম আদমী পাৰ্টিয়ে ৰাজ্যখনত মুকলি কৰিছে টেলিফোন নম্বৰ৷ ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নিৰ্বাচন এতিয়া ৰাইজৰ ওপৰত এৰি দিছে দলটোৱে৷ ইপিন, দলৰ শীৰ্ষনেতা অৰবিন্দ কেজৰিৱালে ৰাজ্যখনৰ বাবে মুখ্যমন্ত্ৰীৰ মুখ হিচাপে নিজকে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। কেজৰিৱালে আজি ঘোষণা কৰি কয় যে তেওঁ দলৰ মুখ্যমন্ত্ৰীৰ পছন্দ পঞ্জাৱৰ জনসাধাৰণৰ ওচৰত এৰি দিছে। এটা নম্বৰ (৭০৭৪৮ ৭০৭৪৮) মুকলি কৰাৰ কথা ঘোষণা কৰি কেজৰিৱালে কয় যে পঞ্জাবৰ লোকসকলে ফোন/মেছেজ বা ৱাটছএপযোগেও তেওঁলোকৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ পছন্দ জনাব পাৰিব৷ কেজৰিৱালে কয়, আমি পঞ্জাবৰ লোকসকলৰ ওপৰত পছন্দ এৰি দিব বিচাৰো, পঞ্জাববাসীয়ে ১৭ জানুৱাৰীৰ ভিতৰত আমাক তেওঁলোকৰ পছন্দৰ বিষয়ে জনাব পাৰিব৷ দিব পাৰে। ৰাইজে বাছনি কৰা প্ৰাৰ্থীজনেই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বুলি তেওঁ মন্তব্য কৰে৷বাবে অনিশ্চয়তাত আছে৷ যাৰ বাবে ৰাইজৰ কাষ চাপিবলৈ আম আদমী পাৰ্টিয়ে গ্ৰহণ কৰিছে এক অভিনৱ পন্থা৷ আম আদমী পাৰ্টিয়ে ৰাজ্যখনত মুকলি কৰিছে টেলিফোন নম্বৰ৷ ইয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীৰ নিৰ্বাচন এতিয়া ৰাইজৰ ওপৰত এৰি দিছে দলটোৱে৷ ইপিন, দলৰ শীৰ্ষনেতা অৰবিন্দ কেজৰিৱালে ৰাজ্যখনৰ বাবে মুখ্যমন্ত্ৰীৰ মুখ হিচাপে নিজকে স্পষ্টভাৱে অস্বীকাৰ কৰিছে। কেজৰিৱালে আজি ঘোষণা কৰি কয় যে তেওঁ দলৰ মুখ্যমন্ত্ৰীৰ পছন্দ পঞ্জাৱৰ জনসাধাৰণৰ ওচৰত এৰি দিছে। এটা নম্বৰ (৭০৭৪৮ ৭০৭৪৮) মুকলি কৰাৰ কথা ঘোষণা কৰি কেজৰিৱালে কয় যে পঞ্জাবৰ লোকসকলে ফোন/মেছেজ বা ৱাটছএপযোগেও তেওঁলোকৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ পছন্দ জনাব পাৰিব৷ কেজৰিৱালে কয়, আমি পঞ্জাবৰ লোকসকলৰ ওপৰত পছন্দ এৰি দিব বিচাৰো, পঞ্জাববাসীয়ে ১৭ জানুৱাৰীৰ ভিতৰত আমাক তেওঁলোকৰ পছন্দৰ বিষয়ে জনাব পাৰিব৷ দিব পাৰে। ৰাইজে বাছনি কৰা প্ৰাৰ্থীজনেই মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হ’ব বুলি তেওঁ মন্তব্য কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ