--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পঞ্জাবত কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰৰ পাছতে সংঘাত তীব্ৰতৰ হৈছে আপ আৰু কংগ্ৰেছৰ।

ড্ৰাগছ সৰবৰাহৰ গোচৰত পঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সুখপাল খাইৰাক। কংগ্ৰেছ বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ পাছতেই তীব্ৰৰূপ ধাৰণ কৰিছিল আপ আৰু কংগ্ৰেছৰ সংঘাতে।

অভিযোগ প্ৰতি-অভিযোগ আৰম্ভ হৈছিল দুয়োটা দলৰ মাজত। এনে সংঘাতৰ মাজতেই ইণ্ডিয়া মিত্ৰজোঁটক লৈও উত্থাপন হৈছিল প্ৰশ্নৰ।

পঞ্জাবৰ ঘটনাই ইণ্ডিয়া মিত্ৰজোঁটত প্ৰভাৱ পেলাব নেকি? তাক লৈও সৃষ্টি হৈছিল অনিশ্চয়তাৰ। তেনে অনিশ্চয়তাৰ মাজতে নীৰৱতা ভংগ কৰিলে আপৰ ৰাষ্ট্রীয় সমন্বয়ক অৰবিন্দ কেজৰিৱালে।

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ প্ৰতি আপ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পঞ্জাবত কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ আইনী প্ৰক্ৰিয়াৰ সৈতে জড়িতৰ বিষয় বুলি উল্লেখ কৰিলে কেজৰিৱালে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ