--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঁইতাচোৰাৰ সমস্যা প্ৰায় প্ৰতিখন ঘৰতে দেখা যায়। পঁইতাচোৰাই খাদ্যৰ ওপৰত পৰি খাদ্য নষ্ট কৰি পেলায়। পঁইতাচোৰাই ঘৰৰ পৰিৱেশ লেতেৰা কৰে আৰু বীজাণু কঢ়িয়ায়। যদি আপুনিও পঁইতাচোৰাৰ সমস্যাৰ সন্মুখীন হৈছে, তেন্তে আজি আমি আপোনালোকক ইয়াৰ সৈতে মোকাবিলা কৰাৰ নিশ্চিত উপায় ক’ম।

পঁইতাচোৰাৰ পৰা মুক্তি পোৱাৰ টিপছ

তেজপাতৰ গুড়িঃ পাকঘৰৰ পৰা পইতাচোৰা আঁতৰাবলৈ ২-৩ টা শুকান তেজপাত লৈ তাৰ পৰা মিহি গুড়ি বনাব লাগে। ইয়াৰ পিছত সেই গুড়িখিনি অলপ অলপকৈ সেইবোৰ ঠাইত ৰাখক, য’ত পইতাচোৰাৰ গতি বেছি হয়। পইতাচোৰাই তেজপাতৰ প্ৰবল গন্ধ সহ্য কৰিব নোৱাৰে আৰু তাৰপৰা পলায় যায়।

কেৰাচিন তেলঃ কেৰাচিন তেল ব্যৱহাৰ কৰিও পইতাচোৰাৰ পৰা পৰিত্ৰাণ পাব পাৰি। ইয়াৰ বাবে বটলত কেৰাচিন তেল ভৰাই পইতাচোৰা দেখা ঠাইবোৰত ঢালিবলৈ আৰম্ভ কৰক। পইতাচোৰাবোৰ আপোনাৰ ঘৰৰ পৰা পলাই যোৱা দেখা পাব।

লংঃ লঙৰ প্ৰতিকাৰেৰেও পইতাচোৰা খেদি পঠিয়াব পাৰে। ইয়াৰ বাবে ১০ টা লং লৈ তাত নিম তেল মিহলাই ল'ব লাগিব। তাৰ পিছত সেই দ্ৰৱটো পাকঘৰত পইতাচোৰা লুকাই থকা ঠাইবোৰত ছটিয়াই দিব। এই প্ৰতিকাৰৰ দ্বাৰা পইতাচোৰাবোৰে আপোনাৰ পাকঘৰৰ পৰা পলাই যাব। আচলতে লঙৰ প্ৰচণ্ড গোন্ধ সিহঁতে সহ্য কৰিব নোৱাৰে।

বেকিং চোডাঃ বেকিং চোডাও ঘৰৰ পৰা পইতাচোৰা বাহিৰ কৰাৰ ভাল উপায়। বেকিং চোডা অলপ লৈ তাত চেনি মিহলাই লওক। ইয়াৰ পিছত সেই বেকিং চোডাটো সেই ঠাইতে ৰাখক য’ত আপুনি বেছি পইতাচোৰা দেখা পায়। এই প্ৰতিকাৰৰ সহায়ত আপুনি সকাহ পাব।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক