--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দূৰদৰ্শন প্ৰযোজক, একতা কাপুৰৰ শেহতীয়াকৈ ট্ৰ’লৰ বলি হয়৷পোছাকৰ বাবেই কটু সমালোচনা কৰা হৈছে প্ৰযোজকগৰাকীক৷ উল্লেখযোগ্য যে  ৰিধি ডোগ্ৰাৰ ঘৰৰ বাহিৰত  ষ্ট্ৰেপী চেটিন পোছাকত দেখা গৈছিল একতা কাপুৰক৷ তেওঁৰ পোছাকে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল যদিও সমালোচকসকলৰ মতে  একতাই  ষ্ট্ৰেপী চেটিন পোছাকত অতি  অস্বস্তি অনুভৱ কৰা যেন লাগিছিল।  

নেটিজেনসকলে একতাৰ চেটিন পোছাকৰ ওপৰত তেওঁলোকৰ মতামত প্ৰকাশ কৰিবলৈ তৎপৰ আছিল। এজন ব্যৱহাৰকাৰীয়ে লিখিছিল, "উৰ্ফি কে জৈছে কাপডে ফোন হে মেডাম নে।" আন এজন নেটিজেনে লিখিছিল, "মোৰ সতীনীয়ে বিচনা চাদৰ  চুৰ কৰি নিলে।" এজন ট্ৰোলাৰে মন্তব্য কৰিছিল, "পুৱা মায়ে বিচনা চাদৰ শুকাবলৈ মেলি দিছিল৷আবেলি বিচাৰি নাপালে ৷ ”

যিসময়ত 'সকলো শৰীৰেই সুন্দৰ' আদি নতুন ধাৰণাৰে এচাম লোকে সমাজ পৰিৱৰ্তনৰ সপোন দেখিছে তেনেসময়তে পোছাকৰ বাবেই এগৰাকী প্ৰযোজকক এনেদৰে সমালোচনা কৰাটো দুখঃজনক৷ অৱশ্যে এইক্ষেত্ৰত কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই একতা কাপুৰে৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement