--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখ্য যে চাৰিদুৱাৰ আৰক্ষীৰ তহলদাৰী দল এটাই তালাচী চলোৱাৰ সময়তে AS12CC1458 নম্বৰৰ এখন ট্ৰাকৰ পৰা এগৰাকী যুৱতী আৰু দুজন যুৱকক আটক কৰে।

ডিজিটেল ডেস্ক: শোণিতপুৰৰ বালিপৰাত এগৰাকী যুৱতী আৰু দুজন যুৱকক সন্দেহযুক্ত হেৰ'ইনসহ আটক।


উল্লেখ্য যে চাৰিদুৱাৰ আৰক্ষীৰ তহলদাৰী দল এটাই তালাচী চলোৱাৰ সময়তে AS12CC1458 নম্বৰৰ এখন ট্ৰাকৰ পৰা এগৰাকী যুৱতী আৰু দুজন যুৱকক আটক কৰে।


তেওঁলোকৰ পৰা ১১ টা সন্দেহযুক্ত হেৰ'ইন ভৰ্তি কণ্টেইনাৰৰ লগতে ৫৫ যোৰ ৰূপৰ ফুলি, সোণৰ ফুলি ১৪ যোৰ, সোণৰ চেইন ২ ডাল, নাকফুলি ১৪ টা, তিনিটা মোবাইল ফোনৰ লগতে নগদ ৭০০০ হাজাৰ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয় চাৰিদুৱাৰ আৰক্ষী।


ইতিমধ্যে ঘটনা সন্দৰ্ভত চাৰিদুৱাৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আটকাধীন যুৱক দুজন ক্ৰমে কনক দৰ্জী, দাৱাট চেৰিং।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন