--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পৌৰ নিগমৰ নিৰ্বাচনত চমকপ্ৰদ বিজয় সাব্যস্ত কৰিলে শাসকীয় পক্ষই। একপক্ষীয় এই নিৰ্বাচনত তীব্ৰ আধিপত্যৰে বিজেপিয়ে দখল কৰিলে ৫২টাকৈ ৱাৰ্ড। তাৰ লগতে মিত্ৰ দল অগপই ৬টা ৱাৰ্ডত বিজয়ী হৈ শাসকীয় পক্ষৰ হাতলৈ নিলে ৫৮ টাকৈ ৱাৰ্ড। লক্ষ্যণীয়ভাৱে এটা ৱাৰ্ডতো বিজয়ী হ’বলৈ সক্ষম নহ’ল বিৰোধী দল কংগ্ৰেছ। তাৰ বিপৰীতে আম আদমী পাৰ্টী আৰু অসম জাতীয় পৰিষদে এটাকৈ ৱাৰ্ডত বিজয়ী হ’বলৈ সক্ষম হ’ল। আন ভালেমান ৱাৰ্ডত আম আদমী পাৰ্টীৰ প্ৰাৰ্থীয়ে তীব্ৰ প্ৰত্যাহ্বান সৃষ্টি কৰিলে শাসকীয় দলৰ প্ৰাৰ্থীৰ সন্মুখত। গুৱাহাটীৰ কোনটো ৱাৰ্ডত কোন জিকিল তাৰ সবিশেষ তালিকা সন্নিৱিষ্ট কৰা হ’ল---  

১ নং ৱাৰ্ড :  অজাপৰ হুকুম চান্দ আলী বক্সী 
২ নং ৱাৰ্ড : বিজেপিৰ মুকুল কলিতা 
৩ নং ৱাৰ্ড : বিজেপিৰ কল্লোল চক্ৰৱৰ্তী 
৪ নং ৱাৰ্ডত : বিজেপিৰ কণকলতা সাহা
৫ নং ৱাৰ্ড : বিজেপিৰ সঞ্জয় দাস
৬ নং ৱাৰ্ড : বিজেপিৰ সুতাপা সৰকাৰ 
৭ নং ৱাৰ্ড : বিজেপিৰ অজয় চক্ৰৱৰ্তী 
৮ নং ৱাৰ্ড : বিজেপিৰ সুধন্যা মালাকাৰ
৯ নং ৱাৰ্ড : বিজেপিৰ অৰ্চনা দাস
১০ নং ৱাৰ্ড : অগপৰ কল্পনা দাস
১১ নং ৱাৰ্ড : বিজেপিৰ মঞ্জুলা দেৱী
১২ নং ৱাৰ্ড : অগপৰ দীপাংকৰ বৈশ্য
১৩ নং ৱাৰ্ড : অগপৰ পূৰবী তালুকদাৰ 
১৪ নং ৱাৰ্ড : বিজেপিৰ মঞ্জু বৰা
১৫ নং ৱাৰ্ড : বিজেপিৰ সৌৰভ জুনজুনৱালা
১৬ নং ৱাৰ্ড : বিজেপিৰ প্ৰমোদ স্বামী
১৭ নং ৱাৰ্ড : বিজেপিৰ স্নিগ্ধা বৰুৱা
১৮ নং ৱাৰ্ড : বিজেপিৰ শংকৰ চক্ৰৱৰ্তী 
১৯ নং ৱাৰ্ড : বিজেপিৰ ব্ৰিজেশ ৰয়
২০ নং ৱাৰ্ড : বিজেপিৰ গৌড় গোপাল মণ্ডল
২১ নং ৱাৰ্ড : বিজেপি সঞ্জীৱ দেৱ 
২২ নং ৱাৰ্ড : বিজেপিৰ স্মিতা ৰয়
২৩ নং ৱাৰ্ড : বিজেপিৰ মঞ্জিত দৈমাৰী
২৪ নং ৱাৰ্ড : অগপৰ বিজু মেধি
২৫ নং ৱাৰ্ড : বিজেপিৰ মঞ্জুলা ৰাভা 
২৬ নং ৱাৰ্ড : বিজেপিৰ ৰাণা চেতিয়া
২৭ নং ৱাৰ্ড : বিজেপিৰ ৰিণ্টুমণি ব্ৰহ্ম
২৮ নং ৱাৰ্ড : বিজেপিৰ স্নিগ্ধা দৈমাৰী
২৯ নং ৱাৰ্ড : বিজেপিৰ মৃগেন শৰণীয়া
৩০ নং ৱাৰ্ড : বিজেপিৰ বিনীতা দত্ত চৌধুৰী
৩১ নং ৱাৰ্ড : বিজেপিৰ ৰত্না সিং
৩২ নং ৱাৰ্ড : বিজেপিৰ নীলমজ্যোতি ভূঞা
৩৩ নং ৱাৰ্ড : অগপৰ মীৰা দাস
৩৪ নং ৱাৰ্ড : বিজেপিৰ জোনমণি ডেকা দাস
৩৫ নং ৱাৰ্ড : বিজেপিৰ নবীন বৰা
৩৬ নং ৱাৰ্ড : বিজেপিৰ মেঘনা হাজৰিকা
৩৭ নং ৱাৰ্ড : বিজেপিৰ স্বপ্না দেৱী 
৩৮ নং ৱাৰ্ড : বিজেপিৰ শশাংক জ্যোতি ডেকা
৩৯ নং ৱাৰ্ড : বিজেপিৰ অভিক সোম
৪০ নং ৱাৰ্ড : বিজেপিৰ ববিতা ডেকা
৪১ নং ৱাৰ্ড : বিজেপিৰ বাসন্তী কলিতা দুৱৰা 
৪২ নং ৱাৰ্ড : আপৰ মাছুমা বেগম
৪৩ নং ৱাৰ্ড : বিজেপিৰ অঞ্জনা বৰা
৪৪ নং ৱাৰ্ড : বিজেপিৰ সত্যেন্দ্ৰ নাথ ভট্ট
৪৫ নং ৱাৰ্ড : বিজেপিৰ মাধৱী তালুকদাৰ
৪৬ নং ৱাৰ্ড : বিজেপি আশিস ভৰালী
৪৭ নং ৱাৰ্ড : বিজেপিৰ প্ৰফুল্ল মহন্ত
৪৮ নং ৱাৰ্ড : বিজেপিৰ দুদুমণি কাকতী
৪৯ নং ৱাৰ্ড : বিজেপিৰ অৰূপ ডেকা
৫০ নং ৱাৰ্ড : বিজেপিৰ উৎপল মহন্ত
৫১ নং ৱাৰ্ড : বিজেপিৰ ডিম্পল ৰাভা 
৫২ নং ৱাৰ্ড : বিজেপিৰ গকুল গোস্বামী 
৫৩ নং ৱাৰ্ড : বিজেপিৰ লিপিকা পাটোৱাৰী 
৫৪ নং ৱাৰ্ড : বিজেপিৰ গীতা ঠাকুৰীয়া
৫৫ নং ৱাৰ্ড : বিজেপিৰ মনোজ কুমাৰ নাথ
৫৬ নং ৱাৰ্ড : বিজেপিৰ ৰাখী বৰা
৫৭ নং ৱাৰ্ড : বিজেপিৰ কবিতা শৰ্মা
৫৮ নং ৱাৰ্ড : বিজেপিৰ গৌৰী বৰা
৫৯ নং ৱাৰ্ড : অগপৰ অসীম শইকীয়া
৬০ নং ৱাৰ্ড : বিজেপিৰ ভূপেন বৰুৱা



FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ