--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৃথিৱীৰ আটাইতকৈ ধনী এখন দেশৰ নাম সোধা হয়, তেন্তে অৱশ্যেই আপুনি বিদেশী দেশৰ নাম ল’ব, কিন্তু আপুনি জানেনে পৃথিৱীৰ কোনখন গাঁও আটাইতকৈ ধনী। জানি আচৰিত হ’ব কিন্তু পৃথিৱীৰ আটাইতকৈ ধনী গাঁওখন আছে ভাৰততে। আপুনি এই গাঁৱৰ প্ৰতিজন ব্যক্তিক লাখপতি বুলি পাৰে, কাৰণ এই গাঁৱত প্ৰতিজন ব্যক্তিৰ একাউণ্টত প্ৰায় ১৫ লাখ টকা জমা থাকে। এই চহকী গাঁওখনৰ বিষয়ে বহু কমসংখ্যক লোকেহে জানে। ভাৰতৰ এই গাঁওখন গুজৰাটৰ কচত অৱস্থিত, যাৰ নাম ‘মাধাপাৰ’। এই গাঁৱৰ সকলো লোকে একেলগে বেংকত জমা হোৱা সম্পত্তিৰ পৰিমাণ প্ৰায় ৫ হাজাৰ কোটি টকা।

 গাঁওখনত আছে ১৭টা বেংক-

এই গাঁৱত প্ৰায় ১৭টা বেংক থকাৰ উপৰি সকলো ধৰণৰ সা-সুবিধা আছে। বিদ্যালয়, মহাবিদ্যালয়, গৌশালা, স্বাস্থ্য কেন্দ্ৰ, কমিউনিটী হল, ডাকঘৰ আদিৰ সুব্যৱস্থা আছে। ইয়াৰ সমান্তৰালকৈ গাঁওখনৰ নিজা হ্ৰদ আৰু উদ্যানো আছে। মাধপাৰ ধনী হোৱাৰ আচল কাৰণটো হ’ল-এই গাঁৱৰ বেছিভাগ মানুহেই বহিঃৰাজ্যত থাকে। লণ্ডনত এই গাঁৱত মাধপাৰ ভিলেজ এছ’চিয়েশ্যন নামৰ এটা সংগঠনো আছে, যিটো ১৯৬৮ চনত গঠন কৰা হৈছিল। ইয়াৰ লোকসকলে বহুদিন বহিঃৰাজ্যত থাকিলেও নিজৰ গাঁৱৰ সৈতে সুসম্পৰ্ক বজাই ৰাখে।

 গাঁওখনৰ ৬৫ শতাংশ লোকে থাকে বহিঃৰাজ্যত-

সংবাদ মাধ্যমৰ খবৰ অনুসৰি মাধাপাৰ গাঁৱৰ ৬৫ শতাংশ লোক বহিঃৰাজ্যত বাস কৰে। লণ্ডনত গঠিত তেওঁলোকৰ সংগঠনটোৱে ইজনে-সিজনৰ সৈতে সম্পৰ্ক বজাই ৰাখে আৰু গাঁৱৰ বেংকসমূহত টকা জমা কৰি থাকে। আপুনি জানি আচৰিত হ’ব যে বছৰ বছৰ ধৰি বহিঃৰাজ্যত থাকিও ইয়াৰ লোকসকলে নিজৰ গাঁৱৰ মাটি বিক্ৰী কৰা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক