--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰশ্নকাকত ফাদিলৰ বিষয়টো মোকাবিলা কৰাৰ লক্ষ্যৰে চৰকাৰে সোমবাৰে লোকসভাত এখন বিধেয়ক উত্থাপন কৰিবলৈ সাজু হৈছে। ৰাজহুৱা পৰীক্ষা (অন্যায় উপায় প্ৰতিৰোধ) বিধেয়ক শীৰ্ষক এই প্ৰস্তাৱিত আইনখনে কেন্দ্ৰীয় সংস্থাৰ প্ৰতিযোগিতামূলক পৰীক্ষা আৰু বিশ্ববিদ্যালয়ৰ পৰীক্ষাকে ধৰি বিভিন্ন পৰীক্ষাত অন্যায় প্ৰথাৰ সমস্যা সমাধান কৰিব বিচাৰিছে।


এই বিধেয়কখনত দোষী সাব্যস্ত হোৱা লোকক জৰিমনা বিহাৰ প্ৰস্তাৱ দিয়া হৈছে, তিনি লাখৰ পৰা ৫ লাখ টকালৈকে জৰিমনা আৰু ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড অন্তৰ্ভুক্ত কৰা হৈছে।এই প্ৰস্তাৱিত আইনখনৰ বিধান অনুসৰি চৰকাৰে এখন উচ্চ পৰ্যায়ৰ ৰাষ্ট্ৰীয় সমিতি গঠন কৰাৰ পৰিকল্পনা কৰিছে।


ৰাজস্থানত শিক্ষক নিযুক্তি পৰীক্ষা, হাৰিয়ানাত গ্ৰুপ-ডি পদৰ বাবে কমন এলিজিবিলিটি টেষ্ট (চিইটি), গুজৰাটত কনিষ্ঠ কেৰাণীৰ নিযুক্তি পৰীক্ষা আৰু বিহাৰত কনিষ্টবল নিযুক্তি পৰীক্ষাৰ ভিতৰত প্ৰশ্নকাকত ফাদিল হোৱাৰ পাছত বিগত বছৰ বাতিল হোৱা পৰীক্ষাসমূহৰ ভিতৰত অন্যতম।


বাজেট অধিৱেশনৰ আৰম্ভণিতে সংসদৰ যুটীয়া বৈঠকত ভাষণ দি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কয় যে পৰীক্ষাৰ অনিয়ম সন্দৰ্ভত যুৱক-যুৱতীসকলৰ উদ্বেগ সম্পৰ্কে চৰকাৰ সচেতন। সেয়ে এনে অসৎ কাৰ্যক কঠোৰভাৱে মোকাবিলা কৰিবলৈ নতুন আইন প্ৰণয়নৰ সিদ্ধান্ত লোৱা হৈছে বুলিও মুৰ্মুৱে উল্লেখ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক