--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান আৰু গৌৰী। বলীউডৰ এক আদৰ্শ দম্পতী। কেতিয়াও কোনো জটিল বিতৰ্কত সোমাই পৰা নাই এহাল দম্পতী।  চেলিব্ৰেটীয়েই হওঁক বা সাধাৰণ পুৰুষেই হওঁক,বেছিভাগ বিবাহিত পুৰুষেই তেওঁলোকৰ পত্নীক অপল হ’লেও ভয় কৰে। শ্বাহৰুখকো ইয়াৰ ব্যতিক্ৰম নহয়। এই কথাৰ শেহতীয়াকৈ  প্ৰমাণো পোৱা গৈছে।

শ্বাহৰুখ খান সোমবাৰে গৌৰী খানৰ কফি টেবুল বুক উন্মোচনী অনুষ্ঠানত উপস্থিত আছিল। তাত বিভিন্ন কথাৰ মাজতে  বলীউডৰ বাদশ্বাহে পত্নী  গৌৰীৰ বিষয়ে বহু কথাই  ক’লে। 
শ্বাহৰুখে কয় "গৌৰীৰ কিতাপখন পঢ়ি মই অতি উৎসাহিত বোধ কৰিব পাৰিম। মই জানিব বিচাৰো যে গৌৰীয়ে এই কিতাপখনত কোনো নতুন ডিজাইনৰ বিষয়ে লিখিছে নেকি। যদি আপুনি কিবা নতুন লিখে, মই গৌৰীক মোৰ নিজৰ কোঠাৰ বাবে তেনে ডিজাইন  কৰিবলৈ কম। "



কিতাপ উন্মোচন অনুষ্ঠানত ভাষণ দি শ্বাহৰুখে কয়, "গৌৰী গোটেই দিনটো অতি ব্যস্ত হৈ থাকে। অৱশ্যে, গৌৰীৰ মতে, আৰিয়ান গোটেই পৰিয়ালৰ আটাইতকৈ ব্যস্ত লোক, শ্বাহৰুখ বা গৌৰী নহয়’’। 

কিন্তু এনেদৰে কথা কৈ থকাৰ মাজতে শ্বাহৰুখে কিবা এটা প্ৰসংগত  গৌৰীৰ বয়সেই পাহৰি গ’ল। গৌৰীয়ে লগে লগে শ্বাহৰুখক কথা কোৱা ৰখাই দিলে। তেতিয়াহে  শ্বাহৰুখ আচল ঘটনাৰ ওৰ বিচাৰি পালে। পত্নীৰ খং উঠা বুলি জানি শ্বাহৰুখে কথাৰ সুৰ সলাই ক'লে, 'তোমাৰ বয়স কিমান গৌৰী, তোমাক দেখিলেতো  বয়সৰ কথা  একো মনলৈয়েই নাহে!’’ পত্নী গৌৰীৰ খং উঠা মুহূৰ্তত পৰিস্থিতিটো কেনেদৰে মোকাবিলা কৰিব লাগে সেয়া শ্বাহৰুখে ভালদৰেই আয়ত্ব কৰি পৰিবেশটো মধুৰ কৰি ৰাখিলে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে