--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজপথৰ কুকুৰক ধৰ্ষণ কৰাৰ অভিযোগত দিল্লীৰ ইন্দ্ৰপুৰী অঞ্চলৰ জে জে কলনীৰ বাসিন্দা এজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। সেই ঘটনাৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। বিগত ১০ দিনত ইন্দ্ৰপুৰী অঞ্চলত এনেধৰণৰ দ্বিতীয়টো ঘটনা ঘটিছে।

ইন্দ্ৰপুৰীৰ জে জে কলনী ব্লক ব্লকৰ বাসিন্দা ৰাজেশে প্ৰথমে আৰক্ষীক খবৰ দিয়ে। একেটা অঞ্চলৰে সতীশ নামৰ এজন বাসিন্দাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। এজাহাৰত ৰাজেশে লিখিছে যে ২৮ ফেব্ৰুৱাৰীত বিয়াৰ পৰা ঘৰলৈ উভতি আহিছিল। হঠাৎ কুকুৰ এটাৰ চিৎকাৰ শুনিলে তেওঁ। তেওঁ বাহিৰলৈ ওলাই গৈ দেখিলে যে সতীশে কুকুৰ এটাক ধৰ্ষণ কৰি আছে। ঘটনাৰ প্ৰমাণ ৰাখিবলৈ ৰাজেশেও নিজৰ মোবাইল ফোনত ভিডিঅ’ ৰেকৰ্ডিং কৰে।

তেওঁ আৰু দাবী কৰে যে সতীশ এজন ড্ৰাগছ আসক্ত। ৰাজেশে এই ভিডিঅ'টো আৰক্ষীক জমা দিয়ে। ইয়াৰ পিছত আৰক্ষীয়ে ব্যক্তিজনৰ বিৰুদ্ধে কেইবাটাও ধাৰাত এফআইআৰ দাখিল কৰে। ইয়াৰ পিছতে সতীশক গ্ৰেপ্তাৰ কৰা হয়। বৰ্তমান তেওঁ জেলত আছে।

কিছুদিন পূৰ্বেও হৰিনগৰ অঞ্চলত এটা পথৰ কুকুৰক ধৰ্ষণ কৰা হৈছিল। এখন পাৰ্কত সংঘটিত হয় এই ঘটনা। অৱশ্যে সেই ঘটনাত এতিয়াও কোনো লোকক গ্ৰেপ্তাৰ কৰা নাই আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক