--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰতি বটল সুৰা ক্ৰয় কৰাৰ সময়ত আদায় দিব লাগিব ১০ টকাকৈ ' গো-কৰ' ৷ গৰুৰ বাবে আদায় কৰা হ’ব এই কৰ৷ এই কৰৰ ব্যৱস্থা কোনো বিজেপি শাসিত ৰাজ্যত কৰা হোৱা নাই৷ কংগ্ৰেছ শাসিত এখন ৰাজ্যত শীঘ্ৰে কাৰ্যকৰী হোৱাকৈ প্ৰযোজ্য কৰা হৈছে এই কৰৰ ব্যৱস্থা৷ 

শুকুৰবাৰে ২০২৩-২৪ বৰ্ষৰ বাজেট উপস্থাপন কৰাৰ সময়ত কংগ্ৰেছ শাসিত  হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং চুখুৱে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে এই সৰু পদক্ষেপৰ জৰিয়তে ৰাজ্যখনে বছৰি ১০০ কোটি টকাৰ ৰাজহ সংগ্ৰহ কৰিব পাৰিব৷ 


উল্লেখ্য বিজেপি শাসিত উত্তৰ প্ৰদেশতো গৰুৰ আশ্ৰয় গৃহ নিৰ্মাণ বাবে বাবে এনে কৰ আছে।  ৰাজস্থানেও একেনীতি গ্ৰহণ কৰিছে। ২০১৯-২০২২ বৰ্ষৰ তিনি বছৰৰ সময়ছোৱাত ৰাজস্থানে গৰু উপকৰৰ পৰা ২,১৭৬ কোটি টকা উপাৰ্জন কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ