--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  দ্বাৰকা এক্সপ্ৰেছৱেৰ নিৰ্মাণত হোৱা দুৰ্নীতিৰ কথা শেহতীয়াকৈ পুনৰ পোহৰলৈ আহিছে। কেগৰ প্ৰতিবেদনে উদঙালে পথ নিৰ্মাণত হোৱা বৃহৎ দুৰ্নীতিৰ কথা। 

ভাৰতৰ নিয়ন্ত্ৰক আৰু অডিটৰ জেনেৰেলে (চিএজি)  ৰাষ্ট্ৰীয় পৰিক্ৰমা ৰাষ্ট্ৰীয় দক্ষতা কৰিডৰৰ ক্ষেত্ৰত  কেবিনেট সমিতিয়ে অনুমোদন জনোৱা প্ৰতি কিলোমিটাৰত ১৮ কোটি টকাৰ পৰা ব্যয় বৃদ্ধি হৈ প্ৰতি কিলোমিটাৰত ২৫০ কোটি টকা হোৱাৰ কথা ধৰা পেলাইছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে অনুমোদন জনোৱা   দ্বাৰকা এক্সপ্ৰেছৱেৰ ২৯.০৬ কিলোমিটাৰ নিৰ্মাণত  "অতি উচ্চ" ব্যয় হোৱাৰ কথা পোহৰলৈ আনিছে। 

২০১৭-১৮ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষলৈ  'ভাৰতমালা আঁচনিৰ প্ৰথম পৰ্যায়ৰ ৰূপায়ণ'  সম্পৰ্কে প্ৰকাশ পোৱা কেগৰ প্ৰতিবেদনত  কেগে ১৪ লেনৰ পথ প্ৰকল্পৰ ওপৰত কেইবাটাও বিসংগতি  পৰ্যৱেক্ষণ কৰিছে এই পথে দিল্লী আৰু গুৰগাওঁ আৰু গুৰগাওঁৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ-৪৮ ৰ ভিৰ হ্ৰাস ককৰিব বুলি ধাৰণা কৰা হৈছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে দ্বাৰকা এক্সপ্ৰেছৱে প্ৰথমতে হাৰিয়ানা চৰকাৰে ইয়াৰ গুৰগাঁও-মানেচাৰ নগৰ নিৰ্মাণ পৰিকল্পনা-২০৩১ৰ অধীনত  কৰিছিল।

 প্ৰকল্পৰ দৈৰ্ঘ্যৰ ২৬,৩১৬  কিলোমিটাৰ অনুমোদিত ব্যয় আছিল ৮,৪৬,৫৮৮  কোটি টকা  ধাৰ্য কৰা হৈছে। 

বৰ্ধিত ব্যয়স্বত্বেও  ৰাষ্ট্ৰীয় ঘাইপথটো  সম্পূৰ্ণ কৰাৰ বাবে ২০২২  চনৰ সময়সীমা পূৰণ  হোৱা নাই।৩১  মাৰ্চ ২০২৩  লৈকে কেৱল ১৩,৪৯৯  কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস