--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মল্লযোদ্ধাৰ প্ৰতিবাদৰ প্ৰতি সমৰ্থন আগবঢ়ালে অনিল কুম্বলেই। ২৮ মে’ দেওবাৰে প্ৰতিবাদী মল্লযুঁজাৰুসকলক আৰক্ষীয়ে দমন কৰাৰ বিৰোধিতা কৰি কিংম্বদন্তি লেগস্পিনাৰনে এটা টুইট কৰিছে।

টুইটটোত কুম্বলেই লিখে- ''২৮ মে’ত আমাৰ মল্লযোদ্ধাসকলৰ ওপৰত যি অত্যাচাৰ কৰা হ’ল, সি সঁচাকৈয়ে হতাশাজনক। সকলো কথা আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব পৰা যায়। অতি সোনকালে এটা মীমাংসাৰ কামনা কৰিলো।’’

কুম্বলেৰ পূৰ্বে প্ৰাক্তন পেচাৰ ইৰফান পাঠানেও বিষয়টো সম্পৰ্কত টুইট কৰিছিল। পাঠানে লিখিছিল- ''আমাৰ এথলীটসকলৰ ওপৰত কৰা অত্যাচাৰৰ দৃশ্যবোৰে দুখিত কৰিছে। অতি সোনকালে বিষয়টো সমাধান কৰা হওক।’’

কেৱল কুম্বলে অথবা ইৰফানেই নহয়, কপিল দেৱ আৰু হৰভজন সিঙেও প্ৰতিবাদী মল্লযোদ্ধাসকলৰ পক্ষত অৱস্থান কৰিছে। হৰভজন সিঙে কয়- “মল্লযোদ্ধাসকল দেশৰ গৌৰৱ। তেওঁলোকে ন্যায় বিচাৰি ৰাজপথত প্ৰতিবাদ কৰা দেখি দুখ লাগিছে। আশাকৰোঁ তেওঁলোকে ন্যায় পাব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে