--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কণী এবিধ অতি পুষ্টিকৰ খাদ্য। কণীত ভিটামিন-এ, ভিটামিন-ডি আৰু ভিটামিন-বি১২ আদিৰ উৎস বুলি কোৱা হয়। সেয়েহে প্ৰতিদিনে কণী খালে কলেষ্টেৰল কিমান বৃদ্ধি পায়? শৰীৰৰ কিমান ক্ষতি হয়? এই গৱেষণাত উন্মোচিত হোৱা তথ্যসমূহ জানি লওক।

 শিশুক প্ৰায়ে দিনটোত এটা কণী খাবলৈ কোৱা হয়। কিন্তু মধ্যবয়সীয়া লোকসকলে প্ৰতিদিনে কণী খোৱাটো নিৰাপদ নেকি? পুষ্টিৰ কথা আহিলে কণীত ভিটামিন-এ, ভিটামিন-ডি আৰু ভিটামিন-বি১২ থাকে। ইয়াৰ বাহিৰেও এটা কণীত প্ৰায় ৭৫ কেলৰি, পাঁচ গ্ৰাম চৰ্বি, ছয় গ্ৰাম প্ৰটিন, ৬৭ মিলিগ্ৰাম পটাছিয়াম, ৭০ গ্ৰাম ছ’ডিয়াম আৰু ২১০ মিলিগ্ৰাম কলেষ্টেৰল থাকে।

 ‘কণীত কলেষ্টেৰল বৃদ্ধি হয়’ বুলি ধাৰণাটো নতুন কথা নহয়। বহুতে ভাবে যে কণী খালে কলেষ্টেৰল বাঢ়ি যায়। কলেষ্টেৰল বাঢ়িব বুলি ভাবি বহুতে মধ্যম বয়সৰ পৰাই কণী খোৱা বন্ধ কৰে। কিন্তু হাৰ্ভাৰ্ড মেডিকেল স্কুলৰ গৱেষণা অনুসৰি প্ৰতিদিনে এটাকৈ কণী খোৱাটো সুস্থ লোকৰ বাবে বৰ বিপজ্জনক নহয়।

 এজন সুস্থ ব্যক্তিয়ে খাদ্যৰ যোগেদি দৈনিক প্ৰায় ৩০০ মিলিগ্ৰাম কলেষ্টেৰল লাভ কৰিব পাৰে। গতিকে প্ৰতিদিনে এটা কণী খোৱাটো সমস্যা হ’ব সৃষ্টি নহয়। কিন্তু বহু সময়ত ৰক্তসঞ্চালনতন্ত্ৰত কোনো সমস্যা হ’লে আগতীয়াকৈ বুজি পোৱা নাযায়। বহুতে নিজৰ অসুস্থতাৰ কথা গম পাওঁতে দেৰি হয়। গতিকে সাৱধান হওক, মধ্যবয়সৰ পাছত প্ৰতিদিনে কণী খোৱাৰ পৰিৱৰ্তে সপ্তাহত তিনিটাকৈ কণী খাব পাৰে।

 কিন্তু সকলোৰে শৰীৰ সমান নহয়। বিশেষকৈ ডায়েবেটিছ বা হৃদযন্ত্ৰৰ সমস্যা থকা লোকসকলক কণী খোৱাৰ পৰা বিৰত থাকিবলৈ চিকিৎসকে পৰামৰ্শ দিয়ে। কণীত এভিডিন নামৰ এবিধ গ্লাইকোপ্ৰটিন থাকে। এই উপাদানটোৱে কিছুমান ক্ষেত্ৰত শৰীৰত ভিটামিন-বি৭ৰ ভাৰসাম্যতা বিঘ্নিত কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ