--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ দুখন ছবিৰে বলীউডত সজীৱ স্থান দখল কৰিছে ৰশ্মিকা মণ্ডনাই। ‘পুষ্পা’ ছবিখন কৰাৰ পাছত নিশাটোৰ ভিতৰতে তেওঁ হৈ পৰে সৰ্বভাৰতীয় তাৰকা। স্পষ্টকৈ কথা কোৱাৰ বাবে ৰশ্মিকাই বহুবাৰ বিতৰ্কতো লিপ্ত হৈছে। তেওঁৰ অনুৰাগীৰ সংখ্যাও কম নহয়।

এক সাক্ষাৎকাৰত অভিনেত্ৰীগৰাকীয়ে কয় যে প্ৰতিদিনে তেওঁ নিজৰ গৃহকৰ্মীসকলৰ ভৰি চুই প্ৰণাম কৰে। ৰশ্মিকাই কয় যে তাই কোনো শ্ৰেণী বিভাজনত বিশ্বাস নকৰে।

অভিনেত্ৰীগৰাকীৰ ভাষাতড- "জীৱনৰ সৰু সৰু কথাবোৰ মোৰ বাবে গুৰুত্বপূৰ্ণ। ৰাতিপুৱা সাৰ পাই পোহনীয়া জন্তুৰ লগত সময় কটাওঁ। বন্ধুবোৰক লগ কৰো।'' আচলতে ৰশ্মিকাই নিজৰ জীৱনটো এনেকৈয়ে কটাব বিচাৰে।

এগৰাকী তাৰকাৰ শাৰীলৈ উন্নিত হোৱাৰ বাবে বিলাসী জীৱনশৈলীত অভ্যস্ত হৈ পৰিছে অভিনেত্ৰীগৰাকী। ৰশ্মিোক শেষবাৰৰ বাবে দেখা গৈছিল সিদ্ধাৰ্থ মালহোত্ৰাৰ সৈতে 'মিছন মজনু’ত। এতিয়া চাউথৰ তাৰকা আল্লু অৰ্জুনৰ সৈতে ‘পুষ্পা ২’ৰ কামত ব্যস্ত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে