--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াত বহি এখন সুখৰ সংসাৰ পতাৰ মন আছিল ৰাখী সাৱন্তৰ ষ সেয়ে ধৰ্ম সলনি কৰি হ’লে ৰাখীয়ে বিয়া হৈছিল আদিল দুৰানীৰ সৈতে৷ কিন্তু বিয়াৰ পিছতে ৰাখীয়ে গম পালে যে আদিলে তেওঁক যিবোৰ কথা কৈছিল সেয়া সকলো মিছা৷ আদিল কোনো ধনী ব্যৱসায়ী নহয়, এজন সাধাৰণ বাছ চালকহে৷ তেওঁৰ নাই কোনো অট্টালিকাও, বস্তি এলেকাত বাস কৰে আদিলৰ পৰিয়ালৰ লোকে৷ 

তদুপৰি আদিলৰ যৌন জীৱনো পংকিলতাৰে ভৰা, তেওঁ উভকামী লোক৷ বহুতৰে সৈতে হেনো আদিলৰ যৌন সম্পৰ্ক আছে৷ আদিলৰ বিৰুদ্ধে এনেবোৰ মন্তব্য কৰাৰ পিছত ৰাখী সাৱন্তে এতিয়া কৈছে যে তেওঁৰ এটা ভাল শিক্ষা হ’ল, তেওঁ আৰু কেতিয়াও আন কাৰো সৈতে বিয়াত নবহে৷বিতৰ্কৰ ৰাণী ৰাখী সাৱন্তৰ বিবাহৰ খবৰে বিগত কিছু দিন ধৰি সংবাদমাধ্যম গৰম কৰি ৰাখিছে৷

শেহতীয়াৈ ৰাখীয়ে এক ভাইৰেল ক্লিপত কৈছে যে তেওঁ আৰু কেতিয়াও বিয়াত নবহে৷ বিগ বছৰ প্ৰাক্তন প্ৰতিযোগীগৰাকীয়ে কৈছে যে তেওঁৰ মাত্ৰ এজনেই  স্বামী আছে,  যি এতিয়া  কাৰাগাৰত বন্দী হৈ আছে। উল্লেখ্য  ৰাখীৰ স্বামী আদিল খান দুৰানী এগৰাকী ইৰানী ছাত্ৰীক বলাৎকাৰ কৰাৰ অভিযোগত মাইছুৰৰ কাৰাগাৰত আছে।


শেহতীয়াকৈ ৰাখীয়ে কৈছে -মই এবাৰ বিয়াত বহিছিলো আৰু মই দ্বিতীয়বাৰৰ বাবে বিয়াত বহিব নিবিচাৰো। মই আৰু কইনাৰ সাজত ওলাব নিবিচাৰো৷ এতিয়া মই পোনপটীয়াকৈ মোৰ সমাধিস্থললৈ যাম, কিন্তু কেতিয়াও বিবাহস্থলীলৈ নাযাও৷ ?ৰাখীৰ বিডিঅ’টোত বহুতে এইবুলি মন্তব্য কৰিছে যে ৰাখীয়ে এবাৰ নহয়, ৰীতেশৰ সৈতে হোৱা বিয়াৰ কথা পাহৰি গ’ল নেকি?ইফালে, ৰাখীৰ স্বামী আদিল খান দুৰানীৰ  পৰিয়ালে  ৰাখীক  মানি লোৱা নাই কাৰণ তেওঁ হিন্দু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক