--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাংস, কণী আৰু মাছ প্ৰটিনৰ সমৃদ্ধ উৎস। এই খাদ্যই পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰে। কিন্তু নিৰামিষভোজীসকলে এই তিনিবিধ খাদ্য গ্ৰহণ নকৰে। তেওঁলোকে প্ৰটিন বাবে আন বিকল্প বিচাৰিব লাগে। কিছু ফল খালেও প্ৰটিন লাভ কৰিব পাৰি। জানো আহক কি কি ফল খাই প্ৰটিন লাভ কৰিব পাৰি।

প্ৰটিন সমৃদ্ধ ফল

১/ কমলাঃ কমলা সকলোৱে খাই সকলোৱে ভাল পায়, ইয়াক খালে ভিটামিন চি পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ উপৰিও ইয়াত প্ৰটিন থাকে যিয়ে পেশীবোৰক শক্তিশালী কৰে। সেইবাবেই কমলা নিয়মিতভাৱে সেৱন কৰিব লাগে।

২/ মধুৰীঃ সাধাৰণতে মধুৰীক হজমৰ বাবে এটা গুৰুত্বপূৰ্ণ ফল বুলি গণ্য কৰা হয় যদিও অতি কম সংখ্যক লোকে জানে যে ইয়াক প্ৰটিন লাভৰ বাবেও খাব পাৰি। 

৩/ এভোকেডোঃ এভোকেডোক প্ৰটিনৰ গুৰুত্বপূৰ্ণ উৎস বুলি গণ্য কৰা হয়, যদি আপুনি এভোকেডো খায়, তেন্তে আপোনাৰ শৰীৰত প্ৰটিনৰ কেতিয়াও অভাৱ নহয়। ইয়াত বহুতো পুষ্টিকৰ উপাদান আছে। প্ৰটিন থকাৰ বাবে শৰীৰে শক্তি লাভ কৰে

৪/ কিৱিঃ কিৱিৰ সোৱাদে আমাক সকলোকে আকৰ্ষণ কৰে, লগতে ইয়াক স্বাস্থ্যৰ বাবেও সমানে উপকাৰী বুলি গণ্য কৰা হয়। এটা কিৱি খালে প্ৰায় ২.১ গ্ৰাম প্ৰটিন পোৱা যায়। ইয়াৰ উপৰিও আন বহুতো পুষ্টিকৰ উপাদানো কিৱিত উপলব্ধ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক